স্বাস্থ্যৰ বাবে উপকাৰী সৰিয়হৰ শাক

24  October 2024

 TV9 Assam

শীতকালত বহুলোকে সৰিয়হৰ শাক খাবলৈ যথেষ্ট ভাল পায়। বহুতে ইয়াক ৰুটি বা ভাতৰ লগত খাবলৈ ভাল পায়। 

সেউজীয়া সৰিয়হ

সেউজীয়া সৰিয়হত বহু প্ৰকাৰৰ পুষ্টি পোৱা যায়। যি এজন ব্যক্তিৰ শৰীৰৰ বাবে উপকাৰী।

 উপকাৰীতা

ৱেবএমডিৰ মতে, সেউজীয়া সৰিয়হত ভিটামিন কে, ভিটামিন চি আৰু ভিটামিন এ থাকে। ইয়াত ভিটামিন বি6, কেলচিয়াম আৰু পটাছিয়ামো পোৱা যায়।

ভিটামিন

ইয়াত  বিটা কেৰোটিনৰ দৰে  স্বাস্থ্যৰ বাবে উপকাৰী এণ্টিঅক্সিডেণ্ট থাকে। যি ছালৰ বাবে যথেষ্ট উপকাৰী।

এণ্টিঅক্সিডেণ্ট

হেল্থলাইনৰ মতে, সৰিয়হৰ শাকত লুটিন আৰু জেক্সান্থিন এণ্টিঅক্সিডেণ্ট থাকে। যি চকুৰ বাবে উপকাৰী।

চকুৰ বাবে উপকাৰী

সৰিয়হৰ শাকত ভিটামিন চি পোৱা যায়। যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে লাভদায়ক।

ৰোগ প্ৰতিৰোধ 

সৰিয়হৰ শাক বহুলোকে চালাড হিচাপেও খাবলৈ ভাল পায়। বহু লোকে ইয়াৰ ৰস বনায়ো খায়। 

চালাড 

শুকান ছালৰ যত্ন

চাবলৈ ক্লিক কৰক