TV9 ASSAM
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা, নাছাই কেইবাটাও মহাকাশ অভিযান চলাই আছে। এই অভিযানবোৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব ইয়াৰ মহাকাশচাৰীসকলৰ ওপৰত থাকে।
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা, NASAত যিকোনো মহাকাশচাৰীয়ে অভিযানটোৰ দায়িত্ব আৰু তেওঁলোকৰ অভিজ্ঞতাৰ ভিত্তিত দৰমহা লাভ কৰে।
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা, নাছাই ইয়াৰ মহাকাশচাৰীসকলক কিমান দৰমহা দিয়ে সেই সম্পৰ্কে সংস্থাটোৱে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত তথ্য প্ৰদান কৰিছে
২০২৪ বৰ্ষৰ পৰিসংখ্যাই দেখুৱাইছে যে নাছাৰ মহাকাশচাৰীয়ে বাৰ্ষিক ১,৫২,২৫৮ ডলাৰ অৰ্থাৎ ১,২৮,৪৯৭,৬৩ টকা লাভ কৰে।
নাছাৰ অফিচিয়েল ৱেবছাইটত কোৱা হৈছে যে এই সংখ্যা ২০২৪ চনৰ। ২০২৫ চনত এই পৰিমাণ বৃদ্ধি হ'ব পাৰে।
নাছাৰ মহাকাশচাৰীসকলে আমেৰিকা চৰকাৰৰ সাধাৰণ অনুসূচী ফেডাৰেল পে স্কেলৰ অধীনত দৰমহা লাভ কৰে। তেওঁলোকে paid holiday আৰু স্বাস্থ্য সেৱাৰ সুবিধাও লাভ কৰে।
নাছাৰ অফিচিয়েল ৱেবছাইট অনুসৰি, এই মহাকাশ সংস্থাৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীগৰাকী আমেৰিকাৰ নাগৰিক হ'ব লাগিব।
পঢ়িবলৈ ক্লিক কৰক