নাটাছা-পাণ্ডিয়াৰ বিবাহৰ খৰচ কিমান আছিল ?

20 July 2024

TV9 ASSAM

২০২০ চনত ল'কডাউনৰ সময়ত সকলোকে আচৰিত কৰি তুলিছিল হাৰ্দিক পাণ্ডিয়াই। তেওঁৰ প্ৰেমিকা নাটাছা ষ্টেনকভিচৰ সৈতে বিবাহপাশত আবদ্ধ হয় ।

 বিবাহ

কেইমাহমানৰ ভিতৰতে হাৰ্দিক-নাটাছাই এটা ভাল খবৰ দিয়ে । তেওঁলোকৰ জীৱনলৈ আহে অগস্ত্য ।

হাৰ্দিক-নাটাছাৰ ভাল খবৰ

হাৰ্দিক-নাটাছাই উদয়পুৰত হিন্দু আৰু খ্ৰীষ্টান ৰীতি-নীতিৰে ধুমধামেৰে বিবাহপাশত আবদ্ধ হয়।  হাৰ্দিক-নাটাছাৰ বিবাহৰ মুঠ খৰচ নাটাছাৰ মুঠ সম্পত্তিতকৈ বেছি।

বিয়াৰ ৰীতি-নীতি

ৰাজস্থানত হাৰ্দিকৰ বিয়াৰ স্থান বুকিং কৰোঁতে ২ৰ পৰা ৫ কোটি টকা খৰচ হৈছিল । ইয়াৰ বাহিৰেও বিয়াৰ সাজ-পোছাকৰ বাবে কেইবা কোটি টকা খৰচ হৈছিল।

ৰাজস্থানত হাৰ্দিকৰ বিয়া

বিয়াৰ সমগ্ৰ খৰচ আছিল ২৫ কোটি টকাৰ ওচৰত। ইয়াৰ বিপৰীতে নাটাছাৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০ কোটি টকা।

বিয়াৰ সমগ্ৰ খৰচ

 হাৰ্দিকৰ সম্পত্তিৰ পৰিমাণ নাটাছাৰ সম্পত্তিতকৈ প্ৰায় ৫ গুণ বেছি। হাৰ্দিকৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯৫ কোটি।

হাৰ্দিকৰ সম্পত্তিৰ পৰিমাণ

পঢ়িবলৈ ক্লিক কৰক

ছানিয়াৰ সৈতে বিবাহ ছামিৰ !