নিম পাতে মূৰৰ ছাল পৰিষ্কাৰ কৰাত সহায় কৰে।

25 September 2024

 TV9 Assam

নিম পাতৰত এণ্টি-মাইক্ৰ’বিয়েল গুণাগুণ থাকে।

এণ্টি-মাইক্ৰ’বিয়েল

উফি আৰু চুলি সম্পৰ্কীয় সমস্যা হ্ৰাস কৰাত সহায়ক প্ৰমাণিত হ’ব পাৰে।

উপকাৰ

নিমপাতে বসন্ত ৰোগ প্রতিৰোধ কৰিব পাৰে বুলি কোৱা হয়।

উপকাৰ

মহানিমৰ পাত সিজাই চেঁচা হ’লে ইয়াৰে মূৰ ধূলে উফি নাইকিয়া হয়।

উপকাৰ

নিম তেল লগালে চুলিৰ গুৰিত হোৱা সমস্যা নোহোৱা হয়।

তেল

চুলিৰ বাবে উপকাৰী। ই ছালৰ অলাগতিয়াল পদাৰ্ষ শোষণ কৰে।

নিম পেষ্ট

সকলো প্রকাৰৰ খৰ-খজুৱটি, ছালৰ ৰোগ আদি নোহোৱা হয়।

ৰোগ প্ৰতিৰোধ

চিকাৰ চালেনে?

চাবলৈ ক্লিক কৰক