এইখন দেশত নিষিদ্ধ  চেনেটেৰী পেড

16 April, 2025 

TV9 ASSAM

 আপুনি জানেনে, পৃথিৱীত এনে এখন দেশ আছে য'ত মহিলাসকলে চেনিটেৰী পেড ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াৰোপৰি দেশখনত কণ্ডম, জন্ম নিৰোধক ঔষধৰ ওপৰতো নিষেধাজ্ঞা আছে।

আজৱ

উত্তৰ কোৰিয়া তেওঁলোকৰ আজৱ আৰু কঠোৰ আইনসমূহৰ বাবে জনাজাত। দেশখনত এনে কিছুমান নিয়ম বা আইন আছে যি সাধাৰণ মানুহে নিবিচাৰিলেও পালন কৰিব লাগে।

কঠোৰ আইন

উত্তৰ কোৰিয়াত চেনিটেৰী পেডত নিষেধাজ্ঞা আছে।  কোনো মহিলাই এই পেড ব্যৱহাৰ কৰিব নোৱাৰে। সম্পূৰ্ণ নিষেধাজ্ঞা থকা বাবে দোকানতো এই পেড বিক্ৰী নহয়।

চেনিটেৰী পেড

এই দেশত মহিলাসকলে পুৰণি দিনৰ দৰে কাপোৰ বা পেড ব্যৱহাৰ কৰে। যিসমূহ তেওঁলোকে ধুই বাৰে বাৰে ব্যৱহাৰ কৰিবলগীয়াত পৰে। যিসমূহ বস্তু ধুই পুনৰ ব্যৱহাৰ কৰিব পাৰে সেয়াহে তেওঁলোকে ব্যৱহাৰ কৰে।

কি ব্যৱহাৰ কৰে

উত্তৰ কোৰিয়াত কণ্ডমৰ ওপৰতো নিষেধাজ্ঞা আছে। দেশখনত কণ্ডম বনাব বা বিক্ৰী কৰিব নোৱাৰে। দেশখনত জন্ম নিয়ন্ত্ৰণ কৰিবলৈ দিয়া নহয়। এয়া বেআইনী বুলি ধৰা হয়।

কণ্ডম

উত্তৰ কোৰিয়াত গৰ্ভ নিৰোধক ঔষধো ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াৰ বাবে দেশখনত আইন আছে। কোনোৱে জন্ম নিয়ন্ত্ৰণ কৰিব বিচাৰিলে শাস্তি বা জৰিমণা পৰ্যন্ত ভৰিব লাগিব পাৰে। গৰ্ভপাত দেশখনত বেআইনী।

গৰ্ভ নিৰোধক

ইয়াৰোপৰি সাজ পোচাকৰ পৰা চুলিলৈকে সকলো দিশত দেশখনত কঠোৰ নিয়ম আছে। ইয়াৰোপৰি জনতাই মাত্ৰ ৩ টা টিভি চেনেল চোৱাৰ সুবিধা লাভ কৰে। ধৰ্মৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আছে দেশখনত।

অন্য নিষেধাজ্ঞা

পঢ়িবলৈ ক্লিক কৰক 

যকৃতৰ কৰ্কট কোগৰ লক্ষণ