চাৰিবিধ পুষ্টিকৰ খাদ্য

28 Oct 2024

TV9 ASSAM

সুস্থ জীৱন যাপনৰ বাবে পুষ্টিকৰ খাদ্যৰ ওপৰত অধিক গুৰুত্ব দিব লাগে । স্বাস্থ্যসন্মত খাদ্যই আপোনৰ শৰীৰটোক সুস্থ কৰি ৰাখিব ।

স্বাস্থ্যসন্মত খাদ্য

পুষ্টিকৰ খাদ্যৰ বাবে অধিক ব্যয় কৰাৰো প্ৰয়োজন নাই । এনে কিছুমান খাদ্য আছে, যিয়ে অধিক পুষ্টি প্ৰদান কৰে ।

পুষ্টিকৰ খাদ্য

পুষ্টিৰ বাবে খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এই চাৰিবিধ খাদ্য । এই খাদ্যত খৰচ কম হোৱাৰ লগতে অধিক পুষ্টি লাভ কৰিব ।

চাৰিবিধ খাদ্য

বুট মাহ প্ৰটিন, আঁহ, ভিটামিন, খনিজ পদাৰ্থৰে সমৃদ্ধ । বুট মাহ ওজন নিয়ন্ত্ৰণৰ বাবেও উপযোগী। 

বুট মাহ

নিৰামিষভোজীৰ বাবে মগু হৈছে পুষ্টিৰ অন্যতম প্ৰধান উৎস। আঁহ, প্ৰটিন আৰু কম কেলৰিযুক্ত মগুৱে পেশী শক্তিশালী কৰে।

মগু

শৰীৰ সুস্থ কৰি ৰাখিবলৈ পালেং শাক উপযোগী। ভিটামিন কে সমৃদ্ধ পালং শাক সুস্বাস্থ্য বজাই ৰখাৰ বাবে অতি উপযোগী। 

পালেং শাক

কল হৈছে পটাছিয়াম, আঁহ, কেলচিয়াম, মেংগানিজ, আইৰণ, ফলেট আৰু আন বহুতো উপকাৰী উপাদানৰে সমৃদ্ধ অতি স্বাস্থ্যকৰ ফল। 

কল

পঢ়িবলৈ ক্লিক কৰক

ৰাজ্যিক কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া ধন