শিৱলিংগত অৰ্পন কৰক এই বস্তু. দূৰ হ'ব ৰোগ!

20  Jan 2025

TV9 ASSAM

হিন্দু ধৰ্মত শিৱৰ বিশেষ মান্যতা আছে। কোৱা হয় শিৱক শুদ্ধ মনেৰে পূজা কৰিলে ভক্তৰ সকলো মনৰ কামনা পূৰণ হয়।

শিৱ

 ভগৱান শিৱক পূজা কৰিলে বহুতে পানী, গাখীৰ, বেলপাত আদি অৰ্পন কৰে। কিন্তু ইয়াৰ বাহিৰেও বহু বস্তু ভগৱান শিৱক অৰ্পন কৰিব পাৰি।

ভগৱান শিৱ

ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ ভক্তই বিভিন্ন ধৰণে পূজা কৰে আৰু বহু বস্তু অৰ্পন কৰে। কোৱা হয়, বিভিন্ন পদ্ধতিত বেলেগ বেলেগ বস্তু শিৱক অৰ্পন কৰিলে বেলেগ বেলেগ ফল পোৱা যায়।

শিৱলিংগ

ভগৱান শিৱৰ এটা ৰূপক কাল বুলি কোৱা হয়। মান্যতা অনুসৰি ভগৱান শিৱৰ পূজা কৰিলে তেওঁৰ কৃপা লাভ কৰা যায়। ভগৱান শিৱক পূজা কৰিলে বিভিন্ন ৰোগৰ পৰা মুক্তি পোৱা যায়।

ৰোগ মুক্তি

পৰিয়ালৰলোকৰ ৰোগ দূৰ কৰাৰ বাবে শিৱলিংগত পানীৰ লগত কুহ মিহলাই অৰ্পন কৰিব লাগে। কোৱা হয় ইয়াৰ ফলত ৰোগমুক্ত হয়। ইয়াৰ লগতে সৰিয়হ তেল, মৌ, গাখীৰ আদি অৰ্পন কৰিব পাৰে।

অৰ্পন  

ভগৱান শিৱক পূজা কৰাৰ বাবে সোমবাৰৰ দিনটো শুভ। এই দিনটোত শিৱক এই বিশেষ বস্তুসমূহ অৰ্পন কৰিব পাৰে। ইযাৰোপৰি শাওন মাহত শিৱক পূজা কৰিলে ভাল ফল পোৱা যায়।

কেতিয়া কৰিব অৰ্পন

ভুলতো শিৱলিংগত লোৰ বাচন অৰ্পন কৰিব নালাগে। ইয়াৰোপৰি শিৱলিংগত কেতেকী ফুল, সেন্দুৰ, হালধি, ভঙা চাউল আদি অৰ্পন কৰিব নালাগে।

ভুল নকৰিব

পঢ়িবলৈ ক্লিক কৰক 

আলু বেছি খালে কি হয়?