পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ  

২০ ছেপ্টেম্বৰ ২০২৪

 TV9 ASSAM

বিৰিয়ানী সজোৱাৰ পৰা আৰম্ভ কৰি পাচলিৰ মচলা প্ৰস্তুত কৰালৈকে আমি প্ৰায় সকলোবোৰ ৰন্ধন কাৰ্যতে পিঁয়াজ ব্যৱহাৰ কৰো

পিঁয়াজ

বেছিভাগ লোকে পিঁয়াজৰ বাকলিবোৰ পেলাই দিয়ে। আপুনি জানেনে, পিঁয়াজৰ বাকলি বিভিন্ন ধৰণে আমাৰ কামত আহিব পাৰে।

পিঁয়াজৰ বাকলি 

পিঁয়াজৰ দৰে ইয়াৰ বাকলিবোৰো  বহুতো পুষ্টিৰে সমৃদ্ধ

পুষ্টি

পিঁয়াজৰ বাকলিত ফ্লেভোনইড, কুৱেৰচেটিন, এল-ট্ৰিপ্টোফেন, কেলচিয়াম, পটাছিয়াম, ভিটামিন এ, ই আৰু চিৰ উপৰিও এণ্টিঅক্সিডেণ্ট পোৱা যায়।

কি কি থাকে?

পিঁয়াজৰ বাকলি পানীত উতলাই পানীখিনি ঠাণ্ডা কৰি  মূৰৰ ছালত লগাওক। এই পানীত এল’ভেৰা মিহলি কৰি লগাব পাৰে।

চুলি সৰা

পিঁয়াজৰ বাকলিত ভিটামিন এ, চি আৰু ই থাকে। সেয়েহে ই আপোনাৰ ছালৰ বাবেও উপকাৰী।

ছালৰ বাবে উপকাৰী

পিঁয়াজৰ বাকলিৰ গোন্ধৰ সহায়ত মাখি আৰু মহ আঁতৰাব পাৰে। ইয়াৰ বাবে পিঁয়াজৰ বাকলি পানীত তিয়াই স্প্ৰে বটল এটাত ভৰাই লওক।

মহ,মাখি দূৰ কৰিব 

মা লক্ষ্মীৰ পূজা

চাবলৈ ক্লিক কৰক