১৩ জুন, ২০২৪
আপুনি বিশ্বৰ বহু দেশৰ নাম হয়তো শুনিছে। কিন্তু এনেকুৱা দেশৰ নাম শুনিছেনে যি মহিলাৰ ওপৰত ভিত্তি কৰি নামাকৰণ কৰা হৈছে।
বিশ্বত মাত্ৰ এখনেই দেশে আছে , যাৰ নাম মহিলাৰ নামৰ ওপৰত ৰখা হৈছে। এই দেশখনৰ নাম ছেইন্ট লুচিয়া।
এই দেশখন পূৱ কৈৰিবিয়ানৰ ৱেষ্ট ইণ্ডিজৰ এখন দ্বীপৰ দেশ কৈৰিবিয়ানৰ সকলোতকৈ ধুনীয়া ঠাইৰ ভিতৰত এই দ্বীপটো অন্যতম।
জানিব পৰা মতে ১৩ ডিচেম্বৰত এই দ্বীপটো আৱিষ্কাৰ কৰিছিল ক্ৰিষ্টোফাৰে। যাৰ বাবে এই দিনটোত উৎসৱৰ আয়োজন কৰা হয়।
১৮১৫ চনত এই দেশখন ব্ৰিটিছৰ শাসনত আছিল। ১৯৭৯ চনত ই স্বাধীনতা লাভ কৰে।
এই দেশৰ কোনো সেনা নাই। কিন্তু তেওঁলোকৰ আৰক্ষী সেৱাৰ ভিতৰতে সকলো ব্যৱস্থা আছে।
পঢ়িবলৈ ক্লিক কৰক