ঠাণ্ডাত কমলা খাব লাগে নে নাই

19 Nov 2024

TV9 ASSAM

ঠাণ্ডা দিন হওক বা গৰমৰ দিন, মানুহে সদায় খাদ্যৰ প্ৰতি গুৰুত্ব দিব লাগে। কিছুমান খাদ্য আছে যি ঠাণ্ড দিনত খোৱাৰ পৰা বিৰত থাকিব লাগে।

ঠাণ্ডা দিন

কমলাত ভিটামিন চি থাকে, ই শৰীৰৰ বাবে ভাল। কিন্তু বহু মানুহে ঠাণ্ডাত কমলা নাখাই কিয়নো তেওঁলোকে ভাবে যে ঠাণ্ডাত কমলা খালে জ্বৰ ছৰ্দি আদি হ'ব।

কমলা

কমলাত ভিটামিন চিৰ লগতে আয়ৰণ, মেগনেছিয়াম, কেলছিয়াম, ফাইবাৰ, পটেছিয়াম, বি ৬ আদিৰ দৰে বহু পুষ্টিকৰ উপাদান থাকে।

ভিটামিন চি

মানুহে ঠাণ্ডাৰ দিনত কেৱল কমলাই নহয়, নেমু, আমলখি আদি ফল খোৱাৰ পৰাও বিৰত থাকে। কিন্তু এনে ফলে কোনো ক্ষতি নকৰে।

টেঙা ফল

জয়পুৰৰ আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তাই কয় যে ঠাণ্ডাৰ দিনত কমলা, নেমু, আমলখি আদি টেঙা ফল খাব লাগে। ইয়াত পুষ্টিকৰ উপাদান থাকে বাবে শৰীৰৰ বাবে ভাল।

বিশেষজ্ঞই কি কয়

কিৰণ গুপ্তাৰ মতে ঠাণ্ডাৰ দিনত টেঙা ফল দিনত খাব লাগে। যদি শিশুক টেঙা ফল দিব বিচাৰে তেন্তে স্কুলৰ পৰা অহাৰ পাছত আন ফলৰ লগত মিহলাই খুৱাব লাগে।

সময়

গতিকে নিশ্চিত হৈ আপুনি ঠাণ্ডাৰ দিনত টেঙা ফল খাব পাৰে। অৱশ্যে কিবা ৰোগ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

খাব পাৰে

পঢ়িবলৈ ক্লিক কৰক 

ঘৰৰ নাৰাখিব এইসমূহ দেৱ- দেৱীৰ প্ৰতিমা