৩৭০ অনুচ্ছেদ সংশোধন আৰু ক'ভিড-19 ৰ পাছত পৰ্যটকে ভিৰ কৰিছিল কাশ্মীৰত।

24 April 2025

TV9 ASSAM

কিন্তু পহলগামৰ সন্ত্ৰায়বাদী আক্ৰমণৰ পিছত এই পৰ্যটনস্থলীত ভয় আৰু অনিশ্চয়তাৰ ছাঁত।

অনিশ্চয়তাত

কাশ্মীৰৰ ভ্ৰমণৰ পহলগাম আৰু শ্ৰীনগৰৰ ডাল লেকত পৰ্যটকৰ যথেষ্ঠ সমাগম হৈছিল ৷

প্ৰতিবছৰে

 পহলগামৰ নৰসংহাৰে বৰফৰ শুভ্ৰ দলিচাত লগাইছে তেজৰ কৰাল!

আক্ৰমণ

 কাশ্মীৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু শীতৰ আমেজ ল'বলৈ যাম বুলি ভবা সকল আজি চিন্তিত ৷

পৰ্যটক হ্ৰাস

প্ৰায় ২ লাখ ৫০ হাজাৰ লোকৰ জীৱিকাৰ উৎস হৈছে পৰ্যটন। কিন্তু আজি পৰ্যটক শূন্য কাশ্মীৰ।

পৰ্যটন উদ্যোগৰ ক্ষতি

সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে এতিয়া সকলো খালী, সকলোৱে বুকিং বাতিল কৰিছে।

বুকিং বাতিল

গুলমাৰ্গ, সোণামাৰ্গ, পহলগাম, ডাল লেকৰ দৰে পৰ্যটনস্থলসমূহ খালী হৈ পৰিছে।

বেয়া অৱস্থা

চাবলৈ ক্লিক কৰক 

কিয় ২৭ নম্বৰ মহলাত থাকে আম্বানী পৰিয়াল?