মুখৰ উজ্জ্বলতা বৃদ্ধিৰ লগতে অমিতাৰ বাকলিৰ আছে এইসমূহ গুণ, জানক

২৫ জুন ২০২৪

 TV9 ASSAM

আমি সকলোৱে পকা অমিতা খোৱাৰ উপকাৰীতাৰ বিষয়ে জানো। আমি অমিতাটো খাও আৰু বাকলিবোৰ পেলাই দিও।

বাকলি

কিন্তু আপুনি জানেনে অমিতাটোৰ লগতে ইয়াৰ বাকলিৰো আছে বহু উপকাৰিতা।

উপকাৰিতা

অমিতাত বহু ধৰণৰ পুষ্টি থকাৰ লগতে অমিতাৰ বাকলিতো থাকে কেলচিয়াম, পটাছিয়ামৰ দৰে খনিজ পদাৰ্থ , বহুতো ভিটামিন।

গুণ

অমিতা সেৱনে হজম বৃদ্ধি কৰা, কোষ্ঠকাঠিন্য উপশম কৰা, ওজন হ্ৰাস কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

হজম

অমিতাৰ বাকলিৰ ব্যৱহাৰেৰে আপোনাৰ ছালখন কোমল আৰু জিলিকাই তুলিব পাৰে।

ছাল

অমিতাৰ বাকলিৰ পৰা আপুনি চুলিৰ বাবে উপকাৰী হেয়াৰ মাস্ক প্ৰস্তুত কৰিব পাৰে।

চুলি

অমিতাৰ বাকলিবোৰে আপোনাৰ চুলিৰ পৰা উফি আৰু চুলি সৰা সমস্যা দূৰ কৰাত সহায় কৰে।

উফি

চাবলৈ ক্লিক কৰক

১৫-২০ মিনিট নৰখিলে হাঁহি, যাৰ বাবে বন্ধ হ’ল ছবিৰ শ্বুটিং