শুৱাৰ সময়ত গাৰুৰ তলত ৰাখত তুলসী পাত

30 OCT, 2024 

TV9 ASSAM

হিন্দু ধৰ্মত তুলসীৰ বিশেষ মহত্ব আছে। ইয়াক পবিত্ৰ বুলি গন্য কৰা হয়। প্ৰতিদিনে তুলসী পূজা কৰিলে ধন-সম্পত্তিৰ সমস্যা নাইকীয়া হয়।

পবিত্ৰতাৰ প্ৰতীক

মান্যতা অনুসৰি তুলসী গছত মা লক্ষ্মীয়ে বাস কৰে। প্ৰতিদিনে তুলসী গছত পানী ঢালিলে মা লক্ষ্মীয়ে আশীৰ্বাদ দিয়ে যাৰ বাবে ঘৰত সুখ শান্তি ,ধন-সম্পত্তি বৃদ্ধি হয়।

মহত্ব

শুৱাৰ সময়ত তুলসীৰ পাত গাৰুৰ তলত ৰাখিব পাৰে। এনে কৰিলে কি হয় আহক জানো।

গাৰুৰ তলত ৰাখক

জ্যোতিষ শাস্ত্ৰ অনুসৰি নিশা শুৱাৰ পূৰ্বে গাৰুৰ তলত ৪ বা ৫ টা তুলসী পাত ৰাখিলে মানসিক অশান্তি দূৰ হয় আৰু মন শান্ত হয়।

শান্ত মন

যদি আপোনাৰ বৈবাহিক জীৱনত সমস্যাই দেখা দিছে তেন্তে শুৱাৰ সময়ত গাৰুৰ তলত তুলসী পাত ৰাখক। তেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ সমস্যা দূৰ হ'ব।

বৈবাহিক জীৱন

ইয়াৰোপৰি গাৰুৰ তলত তুলসী পাত ৰাখিলে জীৱনৰ পৰা নকৰাত্মক শক্তিৰ প্ৰভাৱ দূৰ হয় আৰু জীৱন ইতিবাচক হৈ পৰে।

ইতিবাচক

জ্যেতিষ শাস্ত্ৰ অনুসৰি শুৱাৰ সময়ত গাৰুৰ তলত তুলসীৰ পাত ৰাখিলে চাকৰি আৰু ব্যৱসায়ত সফলতা লাভ কৰে। লগতে ধনৰ শ্ৰীবৃদ্ধি হয়।

ধন বৃদ্ধি

শুৱাৰ পূৰ্বে গাৰুৰ তলত তুলসীৰ পাত ৰাখিলে নজৰ দোষ দূৰ হয়। ইয়াৰ লগতে গ্ৰহ শান্ত হয়, গ্ৰহৰ অশুভ দিশসমূহ দূৰ হয়।

নজৰ

পঢ়িবলৈ ক্লিক কৰক 

তামৰ বটলৰ উপকাৰিতা