বাৰিষা ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি?
05 July 2024
TV9 Assam
কিছুমান লোকে বাৰিষাও ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে।
বাৰিষা
কিন্তু বাৰিষাৰ সময়ত ভ্ৰমণ কৰাটোও বিপদজনক।
বিপদজনক
বতৰৰ বিষয়ে সম্পূৰ্ণ তথ্য জানি লওক।
বতৰৰ তথ্য
বস্তুবোৰ সুৰক্ষিত ৰাখিবলৈ লগত এটা ৱাটাৰ প্ৰুফ বেগ লৈ যাওক।
ৱাটাৰ প্ৰুফ বেগ
যিবোৰ কাপোৰ পিন্ধিলে আপুনি কম গৰম অনুভৱ কৰিব।
সঠিক কাপোৰ
মহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ মহ নিধনকাৰী ঔষধ লগত ৰাখক।
ৰোগ
খাদ্য গ্ৰহণ কৰাৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ যত্ন লওক।
খাদ্য
চাবলৈ ক্লিক কৰক
অনন্ত আম্বানীৰ বিয়া
Learn more