নতুন ঘৰ কিনাৰ পূৰ্বে মনত ৰাখিব এই  কথা

2 Nov 2024

 TV9 Assam

নিজাকৈ ঘৰ এটা কিনাটো সকলোৰে সপোন।  কিয়নো মানুহে নিজৰ ঘৰত আৰাম, সুখ আৰু শান্তি লাভ কৰে। যদি বাস্তু ঠিকে থাকিলে ঘৰৰ  সকলো সদস্যৰ উন্নতি হয়।

 সপোন 

যদি ঘৰৰ সকলো বস্তু বাস্তুৰ মতে নহয়, তেন্তে জীৱনত বিভিন্ন সমস্যা আৰু বাধা আহিবলৈ আৰম্ভ কৰে। যাৰ বাবে জীৱন কষ্টেৰে আৱৰি থাাকে।

সমস্যা

ঘৰটোৰ মুখ্য দুৱাৰ আৰু খিৰিকী কেৱল পূব বা উত্তৰ দিশত থকাটো শুভ। কিয়নো ধনাত্মক শক্তিৰে পূৰ্ণ সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ ঘৰত প্ৰৱেশ কৰে। ই ঘৰৰ গৰাকীক দীৰ্ঘজীৱন আৰু সন্তানক সুখ প্ৰদান কৰে।

মুখ্য দুৱাৰ আৰু খিৰিকী

ঘৰৰ পূজা কৰা স্থান আটাইতকৈ গুৰুত্বপূৰ্ণ। ঘৰ এটা কিনোতে বাস্তুৰ মতে ঘৰটোৰ মন্দিৰটো সঠিক দিশত নিৰ্মাণ কৰা হৈছে নে নাই পৰীক্ষা কৰক।

পূজাস্থলী

দেৱ-দেৱীৰ বাবে উত্তৰ-পূব দিশ ভাল বুলি গণ্য কৰা হয়। সেয়েহে ভালদৰে পৰীক্ষা কৰক যে ঘৰৰ মন্দিৰটো সঠিক দিশত নিৰ্মাণ কৰা হৈছে।  ইয়ে ঘৰৰ লোকসকলৰ বাবে শুভ।

উন্নতি 

পাকঘৰৰ বাবে আটাইতকৈ শুভ দিশ হৈছে দক্ষিণ-পূব দিশ।  এই দিশত পাকঘৰৰ অৱস্থান পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য ভাল। ইয়াৰ বাহিৰেও, উত্তৰ-পশ্চিম দিশটো পাকঘৰৰ বাবে সঠিক।

পাকঘৰৰ দিশ

ঘৰটোৰ শোৱা কোঠাটো দক্ষিণ-পশ্চিম বা উত্তৰ-পশ্চিমত থাকিব লাগে। শোৱনি কোঠাত বিচনাখনৰ সন্মুখত আইনা আৰু  দুৱাৰৰ সন্মুখত বিচনা নথ'ব।

শোৱনি কোঠা

স্বাস্থ্যৰ বাবে উপকাৰী গুৰ

চাবলৈ ক্লিক কৰক