দেৱালীৰ সময়ত ঘৰত ৰোপণ কৰক এই ৪ উদ্ভিদ, সন্তুষ্ট হ'ব লক্ষ্মী মা

২৭ অক্টোবৰ, ২০২৪ 

TV9 ASSAM

আহি আছে পোহৰৰ উৎসৱ দেৱালী। হিন্দু ধৰ্মত দেৱালীৰ মহত্ব অধিক। এই দিনটোত মা লক্ষ্মীৰ লগতে কুবেৰ দেৱতা, গণেশ আৰু মা সৰস্বতীৰ পূজা কৰা  হয়।

দেৱালী

দেৱালীৰ পূৰ্বে ঘৰত কিছুমান উদ্ভিদ বা গছ ৰোপণ কৰিলে মা লক্ষ্মী সন্তুষ্ট হয়। ইয়াৰ ফলত ঘৰত সুখ- শান্তি, ধনেৰে উপচি পৰে। আহক জানো এই ৪ উদ্ভিদৰ বিষয়ে...

কৰক এই কাম

দেৱালীৰ পূৰ্বে ঘৰত জেড প্লান্ট ৰোপণ কৰিব পাৰে। ইয়াৰ ফলত ঘৰত মা লক্ষ্মীৰ আগমন হয়। এই প্লান্টে ধনক আকৰ্ষিত কৰে বুলি বিশ্বাস কৰা হয়।

জেড প্লান্ট

বগা পলাশৰ গছ ঘৰত ৰোপণ কৰা শুভ বুলি কোৱা হয়। এই গছ মা লক্ষ্মীৰ প্ৰিয়।ইয়াৰ ফুল মাক অৰ্পিত কৰিলে লক্ষ্মী মাৰ কৃপা লাভ কৰে বুলি কোৱা হয়।

বগা পলাশ

হিন্দু ধৰ্মত তুলসী গছৰ মহত্ব অধিক। যদি ঘৰত তুলসী গছ নাই তেন্তে দেৱালীৰ পূৰ্বে ৰোপণ কৰক। তুলসী গছে ঘৰত সুখ শান্তিক আকৰ্ষিত কৰে।

তুলসী

কোৱা হয়, যি ঘৰত মানি প্লান্ট ভালদৰে হৈ উঠে সেই ঘৰত টকা- পইচাৰ সমস্যা নহয়। মানি প্লান্টে ঘৰত সুখ, সমৃদ্ধি, ধন আৰু  শান্তি কঢ়িয়াই আনে 

মানি প্লান্ট

পঢ়িবলৈ ক্লিক কৰক 

E-69