ঘৰৰ এই দিশত ৰোপণ কৰিব লাগে তুলসী গছ

২৮ জুলাই, ২০২৪

TV9 ASSAM

ঘৰৰ দুৱাৰ মুখত বা সুবিধা অনুযায়ী ঘৰৰ আন স্থানত মানুহে তুলসী ৰোপণ কৰে। পিছে তুলসী ৰোপণ সঠিক স্থানৰ বিষয়ে জানেনে?

তুলসী

তুলসী গছ ৰোপণৰ সঠিক দিশ হ’ল উত্তৰ বা উত্তৰ-পূব। এই দিশত তুলসী গছ ৰোপণ কৰিলে ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ হৈ ধনাত্মক শক্তি বৃদ্ধি পায়।

ধনাত্মক শক্তি

ঘৰৰ দক্ষিণ-পূব দিশত তুলসী গছ ৰোপণ কৰাটো অশুভ বুলি গণ্য কৰা হয়। এই দিশত তুলসী ৰোপণ কৰিলে ধনাত্মক প্ৰভাৱ পোৱা নাযায়।

এই দিশত অশুভ

শাস্ত্ৰ মতে বিশুদ্ধ পৰিৱেশ আৰু সূৰ্যৰ পোহৰ পৰাকৈ উত্তৰ-পূব দিশত ঘৰৰ চোতালত, বেলকনি বা খিৰিকীৰ ওচৰত তুলসী ৰোপণ কৰিব লাগে।

ক’ত ৰোপণ কৰিব

টেৰেচত তুলসী গছ ৰোপণ কৰিব নালাগে। এই স্থানত গছজোপাই সঠিক যত্ন লাভ নকৰে আৰু ঘৰৰ ধনাত্মক শক্তি কমিবলৈ আৰম্ভ কৰে।

টেৰেছত ৰোপণ নকৰিব

বাস্তুৰ মতে সোমবাৰ, বুধবাৰ আৰু দেওবাৰে তুলসী গছ ৰোপণ কৰাটো অশুভ। সূৰ্যগ্ৰহণৰ দিনাও তুলসী গছ ৰোপণ কৰিব নালাগে।

এইকেইটা বাৰ

তুলসী গছ পাত্ৰত ওলোমাই ৰোপণ কৰিলে অশুভ ফল পাব পাৰে। লগতে তুলসী গছ ৰোপণ কৰিবলৈ ডাঙৰ পাত্ৰৰ সলনি সৰু পাত্ৰ ব্যৱহাৰ কৰিব।

সৰু পাত্ৰ

পৰিবলৈ ক্লিক কৰক

অপেনিঙত সৰ্বাধিক শতক কাৰ জানেনে?