22 April 2025
TV9 ASSAM
দুদিনীয়া ভ্ৰমণসূচীৰে আজি চৌদি আৰৱত উপস্থিত হয় প্ৰধানমন্ত্ৰী । ২০১৬ চনৰ পিছত প্ৰধানমন্ত্ৰী তৃতীয়টো চৌদি আৰৱ ভ্ৰমণ।
চৌদি আৰৱৰ প্ৰধানমন্ত্ৰী মহম্মদ বিন ছালমানৰ নেতৃত্বক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰবল সমৰ্থক আৰু দূৰদৰ্শী বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে, চৌদি আৰৱ ভাৰতৰ সামুদ্ৰিক প্ৰতিবেশী, বিশ্বাসযোগ্য বন্ধু আৰু কৌশলগত মিত্ৰ। এই সম্পৰ্ক নতুন নহয়।
ৰজা আব্দুলজিজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় ।
ৰিটজ কাৰ্লটন হোটেলত উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় সম্প্ৰদায়ৰ লোকে মোদীক উষ্ম আদৰণি জনায়।
মোদীয়ে হোটেলখনত তেওঁক আদৰিবলৈ সমবেত হোৱা প্ৰবাসী ভাৰতীয় সদস্যসকলৰ সৈতেও মত বিনিময় কৰে।
মোডীৰ ভ্ৰমণৰ সময়ত ভাৰত আৰু চৌদি আৰৱে কমেও ছখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।
পঢ়িবলৈ ক্লিক কৰক