নীলিম কুমাৰ অসমৰ এগৰাকী প্ৰসিদ্ধ কবি আৰু ঔপন্যাসিক।
22 April 2025
TV9 ASSAM
আধুনিক অসমীয়া কবিতাৰ জগতত নীলিম কুমাৰৰ নাম অন্যতম।
জনপ্ৰিয় কবি
কবি নীলিম কুমাৰলৈ ভাৰতীয় সাহিত্যৰ অতি সন্মানীয় বঁটা ‘ড০ চি. নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় সাহিত্য বঁটা’আগবঢ়োৱা হৈছে।
বঁটা
তেলেগু ভাষাৰ বিখ্যাত কবি, গীতিকাৰ লেখক ড০ চি. নাৰায়ণ ৰেড্ডীৰ নামত ২০২০ চনৰ পৰা এই বঁটা আগবঢ়াই আহিছে।
কেতিয়াৰ পৰা দিয়ে বঁটা
নীলিম কুমাৰ হ’ল এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কবি-ঔপন্যাসিক৷
নীলিম কুমাৰ
প্ৰতিবছৰে ২৯ জুলাইত ড০ ৰেড্ডীৰ জন্মৰ দিনটোত এই বঁটা প্ৰদান কৰা হয়।
বঁটা
এই বঁটাত আগবঢ়াব এটা স্মাৰক, এখন অংগবস্ত্ৰ, প্ৰশংসা পত্ৰ আৰু নগদ পাঁচ লাখ টকা।
কি কি থাকিব
প্ৰথম কবিতা পুথি প্ৰকাশ হয় ১৯৮৫ চনত। ১৯৯৪ চনত “অপ্ৰজনন” নামৰ এটি কবিতাৰ বাবে তেওঁ চৰ্চালৈ আহে।
চৰ্চা
চাবলৈ ক্লিক কৰক
পুৰীৰ জগন্নাথৰ ৰহস্য
Learn more