প্ৰতিদিনে ডালিম খালে শৰীৰত হ'ব এই পৰিবৰ্তন

৭ জুলাই, ২০২৪

Tv9 Assam

ডালিম খাবলৈ সুস্বাদু। ই আমাৰ শৰীৰতো ইতিবাচক প্ৰভাৱ পেলায়। ১৫ দিন ডালিম খালেই গম পাব পৰিবৰ্তন।

ডালিমৰ উপকাৰিতা

ডালিমত ভিটামিন চি, ফাইবাৰ, বিটামিট কে, আয়ৰণ, পোটেচিয়ামস জিংক, অমেগা-৬ ফেটী এটিড আদি বিভিন্ন পুষ্টিকৰ তত্ব থাকে।

শৰীৰৰ বাবে ভাল

ডায়টিশ্যিয়ন মোহিনী ডোংগৰে কয় যে, প্ৰতিদিনে ডালিম খালে শৰীৰত ভাল প্ৰভাৱ পৰে।

বিশেষজ্ঞই কি কয়

মধুমেহ থকা ৰোগীয়ে ডালিম খাব পাৰে। কিয়নো ডালিমত এন্টি ডায়বেটিক গুণ থাকে।

ডায়বেটিছ

ডালিমত এন্টি- হেলিকোবেক্টৰ পাইলোৰীৰ প্ৰভাৱ পোৱা যায়। ডালিম খালে পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ পোৱা যায়।

পাচন ক্ৰিয়া

ডালিমত আয়ৰণ থাকে। গতিকে ই শৰীৰত তেজৰ চলাচল বৃদ্ধিত সহায় কৰে আৰু আয়ৰণ যোগান ধৰে।

তেজ

ডালিমত এন্টি হাইপৰন্টেচিভৰ লগতে এন্টিএথিৰিয়োজেনিকৰ গুণ থাকে। যাৰ বাবে ডালিম খালে কলেষ্ট্ৰলেৰ সমস্যা কম হয়।

হৃদ ৰোগ

পঢ়িবলৈ ক্লিক কৰক

yoga for heart