অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা

11 July 2024

 TV9 Assam

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উজলিছে অভিনেত্ৰীগৰাকী

আন্তঃৰাষ্ট্ৰীয়

আইমীৰ পিতৃ পূৰ্ণ বৰুৱা এগৰাকী আৰক্ষী অধীক্ষক আছিল।

পিতৃ

আইমী নামটো দেউতাকে দিছিল যাৰ অৰ্থ ফৰাচী ভাষাত সুবাস।

অৰ্থ

আইমী বৰুৱাই ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই অভিনয় আৰম্ভ কৰিছিল।

অভিনয়

 প্ৰেম আৰু প্ৰেম ছবিখন জীৱনৰ প্ৰথম ছবি।

আৰম্ভণি

আইমী বৰুৱাই ৰাজনীতিবিদ পীযুষ হাজৰিকাৰ সৈতে বিবাহ হৈছে।

বিবাহ

তেওঁলোকৰ বৰ্তমান দুটা সন্তান আছে।

সন্তান

আলু ভূজিয়া, ৰূপৰ মুদ্ৰা

চাবলৈ ক্লিক কৰক