ডিম্পু বৰুৱা বুলি ক’লে বৰ্তমান অসমত চিনি নোপোৱা মানুহ হয়তো নোলাব।

26 April 2025

TV9 ASSAM

বলীউডৰ ছবিত অভিনয় কৰা দেখিব ইউটিউবাৰ ডিম্পু বৰুৱাক।

ডিম্পু

 কিছুদিন পূৰ্বে আৰবাজ খানৰ সৈতে শ্বুটিঙত ব্যস্ত হৈ পৰিছিল ইউটিউবাৰগৰাকী৷

বলীউডৰ ছবি

 বলীউডৰ এই ছবিখনত আৰবাজ খানৰ সৈতে অভিনয় অসমকন্যা কালিন্দ্ৰী দাসৰ।

অসম কন্যা

শীঘ্ৰেই মুক্তি পাব BIHU ATTACK নামৰ এই হিন্দী ছবিখন।

ছবিখনৰ নাম

ছবিখনত IB অফিচাৰৰ চৰিত্ৰত দেখা যাব অসম কন্যা কালিন্দ্ৰী দাসক

কি অভিনয় কৰিব

ছবিখনৰ পৰিচালনা কৰিছে সুজাদ ইকবাল খানে। দিল্লী, হোজাই, উত্তৰাখণ্ডত নিৰ্মাণ হৈছে।

পৰিচালক

আৰবাজ খান, ডেইজী শ্বাহ আৰু অসমৰ বহু অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে৷

অভিনয়

চাবলৈ ক্লিক কৰক 

ওঁঠত তিল থকাৰ অৰ্থ