চুলি পকাত বাধা দিবলৈ পাকঘৰতে প্ৰস্তুত কৰক এই তেল

19 July 2024

 TV9 Assam

চুলি পকা সমস্যাটো আজিকালি খুব কম বয়সতে দেখা গৈছে

পকা

ইয়াৰ মূল কাৰণ হৈছে অস্বাস্থ্যকৰ জীৱনশৈলী।

জীৱনশৈলী

চুলিত ৰাসায়নিক সামগ্ৰীৰ অত্যাধিক ব্যৱহাৰ, প্ৰদূষণ বা পুষ্টিকৰ খাদ্য নোখোৱা।

কাৰণ

চুলি পকা ৰোধ কৰিবলৈ বজাৰত বিভিন্ন প্ৰকাৰৰ তেল আৰু সামগ্ৰীৰে উপলব্ধ ।

পকা ৰোধ

নৰসিংহৰ পাত, ক’লা তিল, আমলখি চুলিত লগাব পাৰে।

সামগ্ৰী

এই ঘৰত বনোৱা তেলৰ পাৰ্শ্বক্ৰিয়াৰ ভয় কম।

তেল

চুলি ধোৱাৰ আগতে সপ্তাহত দুবাৰ কৈ এই তেল প্ৰয়োগ কৰক।

উপকাৰী

উপকাৰী মাকৈ

চাবলৈ ক্লিক কৰক