পুষ্পা ২ৰ আইটেম চঙত থাকিব এইগৰাকী অভিনেত্ৰী!

২০ অক্টোবৰ, ২০২৪

TV9 ASSAM

আল্লু অৰ্জুন অভিনীত পুষ্পা ২ৰ বাবে চিনেপ্ৰেমীয়ে বহুদিনৰ পৰা কৰিছে অপেক্ষা। পূৰ্বে ছবিখন ১৫ আগষ্টত মুক্তি পোৱাৰ কথা আছিল।

পুষ্পা ২ৰ অপেক্ষা

২০২১ চনত মুক্তি পোৱা ‘পুষ্পা: দ্য ৰুল’ ছুপাৰহিট হৈছিল। এই ছবিখনৰ ছুপাৰহিট আইটেম চঙত সামান্তা ৰুথ প্ৰভুক দেখিবলৈ পোৱা গৈছিল।

পুষ্পাৰ আইটেম ছং

এইবাৰ পুষ্পাৰ দ্বিতীয় খণ্ডৰ আইটেম চঙত পুষ্পাৰ নিৰ্মাতা সকলে শ্ৰদ্ধা কাপুৰক চুক্তিবদ্ধ কৰা বুলি জানিব পৰা গৈছে।

এইবাৰ শ্ৰদ্ধা!

আইটেম চঙৰ বাবে বহু নাম চৰ্চিত হৈছিল যদিও শেষত শ্ৰদ্ধাক বাচনি কৰা হয়। শেহতীয়াকৈ শ্ৰদ্ধাৰ Stree 2-এ ৮৫০ কোটিৰো অধিক উপাৰ্জন কৰিছে।

চৰ্চাত বহু নাম

পুষ্পা ছবিখনৰ পৰিচালনা কৰিছে সুকুমাৰে। পুষ্পাৰ দ্বিতীয় খণ্ড প্ৰথম খণ্ডতকৈও বৃ্হৎ বাজেটত নিৰ্মাণ কৰা হৈছে।

পুষ্পা ২ৰ পৰিচালক

ছবিখনত আল্লু অৰ্জুন-ৰশ্মিকাৰ উপৰিও ফাহাদ ফাজিলক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। অহা ৬ ডিচেম্বৰত মুক্তি পাব ছবিখন।

পুষ্পা ২ৰ মুক্তি

পঢ়িবলৈ ক্লিক কৰক

পণ্টৰ লগত আৰু কোন!