১০ অক্টোবৰ ২০২৪
TV9 ASSAM
ঘৰত সূৰ্যোদয়, পাহাৰ আৰু পানীৰ ফটো লগোৱাটো শুভ বুলি কোৱা হয়। এই ফটোবোৰ ঘৰত ৰাখিলে ইতিবাচক শক্তি আহে।
সম্পত্তি বৃদ্ধি কৰিবলৈ দেৱী লক্ষ্মী আৰু শ্ৰীগণেশ ফটো উত্তৰ দিশত ৰাখিব লাগে। এইবোৰে ঘৰত সমৃদ্ধি বজাই ৰাখে।
ঘৰত সাঁতুৰি থকা মাছৰ ফটো ৰাখিলে সকলো সদস্যৰ আয়ুস বৃদ্ধি হয় আৰু ঘৰখনত একতা থাকে। ইয়াৰ বাহিৰেও আপুনি আন সমস্যাৰ পৰা পৰিত্ৰাণ পাব।
ঘৰত প্ৰবাহিত পানী, জলপ্ৰপাত, নদী, পুখুৰী বা সাগৰৰ ফটো লগালে সৌভাগ্য কঢ়িয়াই আনে
ঘৰৰ উত্তৰ দিশত জঁপিয়াই থকা ডলফিন বা মাছৰ যোৰাৰ ফটো লগালে কেৰিয়াৰত সফলতা পাব পাৰি।
ব্যৱসায়ৰ উন্নতিৰৰ বাবে ঘৰত ভেড়াৰ পোৱালিৰ ফটো লগালে ভাগ্য আৰু সম্পত্তি বৃদ্ধি হয়।
ঘৰৰ খিৰিকীত দৌৰি থকা ঘোঁৰাৰ ছবি এখন ৰাখিলে নেতিবাচক শক্তি আঁতৰ হয় আৰু মনক শান্তি প্ৰদান কৰে।