ঘৰৰ দেৱালত লগাওক এই ৭খন ছবি,  ধনৰ অভাৱৰ পৰা পাব পৰিত্ৰাণ!

১০ অক্টোবৰ ২০২৪

 TV9 ASSAM

ঘৰত সূৰ্যোদয়, পাহাৰ আৰু পানীৰ ফটো লগোৱাটো শুভ বুলি কোৱা হয়। এই ফটোবোৰ ঘৰত ৰাখিলে ইতিবাচক শক্তি আহে।

 সূৰ্যোদয়ৰ ফটো

সম্পত্তি বৃদ্ধি কৰিবলৈ দেৱী লক্ষ্মী আৰু শ্ৰীগণেশ ফটো উত্তৰ দিশত ৰাখিব লাগে। এইবোৰে ঘৰত সমৃদ্ধি বজাই ৰাখে।

দেৱী লক্ষ্মীৰ ফটো

ঘৰত সাঁতুৰি থকা মাছৰ ফটো ৰাখিলে সকলো সদস্যৰ আয়ুস বৃদ্ধি হয় আৰু ঘৰখনত একতা থাকে। ইয়াৰ বাহিৰেও আপুনি আন সমস্যাৰ পৰা পৰিত্ৰাণ পাব।

মাছৰ ফটো

ঘৰত প্ৰবাহিত পানী, জলপ্ৰপাত, নদী, পুখুৰী বা সাগৰৰ ফটো লগালে সৌভাগ্য কঢ়িয়াই আনে

জলপ্ৰপাতৰ ফটো

ঘৰৰ উত্তৰ দিশত জঁপিয়াই থকা ডলফিন বা মাছৰ যোৰাৰ ফটো লগালে কেৰিয়াৰত সফলতা পাব পাৰি।

জঁপিয়াই থকা ডলফিন

ব্যৱসায়ৰ উন্নতিৰৰ বাবে ঘৰত ভেড়াৰ পোৱালিৰ ফটো লগালে ভাগ্য আৰু সম্পত্তি বৃদ্ধি হয়।

ভেড়াৰ পোৱালি

ঘৰৰ খিৰিকীত দৌৰি থকা ঘোঁৰাৰ ছবি এখন ৰাখিলে নেতিবাচক শক্তি আঁতৰ হয় আৰু মনক শান্তি প্ৰদান কৰে।

 দৌৰি থকা ঘোঁৰা

ৰতন টাটাৰ অন্তিমটো পোষ্ট

চাবলৈ ক্লিক কৰক