শক্তিশালী ৰাৱণো কিয় পাৰ হ’ব পৰা নাছিল লক্ষ্মণ ৰেখা?

২১ অক্টোবৰ, ২০২৪

TV9 ASSAM

ৰামায়ণৰ আখ্যান অনুসৰি লক্ষ্মণে নিজৰ গান্ধাৰী নামৰ ধনুৰ কাঁড়েৰে সীতাক ৰক্ষা কৰিবলৈ লক্ষ্মণে মাটিত এই লক্ষ্মণ ৰেখা আঁকিছিল।

লক্ষ্মণ ৰেখা

ঐশ্বৰিক মন্ত্ৰৰ বাবে এই ৰেখাডাল অত্যন্ত শক্তিশালী আছিল। সেইবাবেই ৰাৱণৰ দৰে বীৰেও এই ৰেখা পাৰ হ’ব পৰা নাছিল।

শক্তিশালী ৰেখা

এই ৰেখা আঁকিবলৈ লক্ষ্মণে তপস্যাত লাভ কৰা ঐশ্বৰিক শক্তি ব্যৱহাৰ কৰিছিল। সেয়েহে এই ৰেখাডাল আছিল অদৃশ্য সুৰক্ষামূলক ঢালৰ দৰে।

ঐশ্বৰিক শক্তি

লক্ষ্মণ ৰেখাৰ মূল উদ্দেশ্য আছিল মাতৃ সীতাক ৰক্ষা কৰা। কোনো অশুভ শক্তিৰ পৰা সীতাক ৰক্ষা কৰিবলৈ লক্ষ্মণে এই ৰেখাডাল টানিছিল।

সুৰক্ষাৰ ঢাল

শাৰীৰিক শক্তিৰ লগতে ধৰ্মীয়-আধ্যাত্মিক শক্তিৰ দ্বাৰাও সুৰক্ষিত আছিল বাবে অতি শক্তিশালী ৰাৱণেও এই ৰেখা অতিক্ৰম কৰিব পৰা নাছিল।

ৰাৱণৰো শক্তি লোপ

লক্ষ্মণ ৰেখাক ধৰ্ম আৰু অধৰ্মৰ মাজৰ ৰেখাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। অধৰ্মৰ প্ৰতীক ৰাৱণে সেয়েহে ধৰ্মৰ ওচৰত পৰাজিত হৈছিল।

ধৰ্ম-অধৰ্ম

ৰামায়ণৰ আখ্যান মতে ৰাৱণে সীতাক ছলনাৰে লক্ষ্মণ ৰেখা পাৰ হ’বলৈ বাধ্য কৰাইছিল। অন্যথা এই ৰেখা অতিক্ৰম ৰাৱণৰ বাবে সম্ভৱ নাছিল।

ৰাৱণৰ ছলনা

পঢ়িবলৈ ক্লিক কৰক

মহিলা টি-২০ বিশ্বকাপৰ পুৰস্কাৰ