এটা মাহত ৫ টা শুকুৰবাৰ, ৮২৩ বছৰ পাছত ডাঙৰ সংযোগ

2  Jan 2025

TV9 ASSAM

সমগ্ৰ বিশ্বই ধুমধামেৰে নতুন বছৰক আদৰণি জনালে। বিভিন্নজনে পাৰ্টী কৰি, ফুৰিবলৈ গৈ বা কিছুমানে আপোজনৰ সৈতে নতুন বছৰ উদযাপন কৰে।

নতুন বছৰ

নতুন বছৰে বহুতৰ দৰে ইছলাম ধৰ্মৰ লোকসকললৈ লৈ আনিছে ভাল খবৰ। কিয়নো ২০২৫ বৰ্ষৰ প্ৰথম মাহটো ইছলাম ধৰ্মী লোকসকলৰ বাবে বিশেষ।

ইছলাম ধৰ্ম

এইবাৰ ২০২৫ চনৰ জানুৱাৰী মাহত ৫ টা শুকুৰবাৰ আছে। মুছলিম ধৰ্মত শুকুৰবাৰক জুমা বুলি কোৱা হয়। গতিকে এয়া মুছলিম ধৰ্মৰলোকৰ বাবে ভাল খবৰ।

৫ শুকুৰবাৰ

দাবী অনুসৰি ৮২৩ বছৰ পাছত এক বিৰল সংযোগ ঘটিছে। প্ৰায় ৮২৩ বছৰ পাছত প্ৰথমবাৰৰ বাবে জানুৱাৰী মাহত ৫ টা শুকুৰবাৰ পৰিছে।

জানুৱাৰী

জানুৱাৰী ২০২৫ চনত মুছলমান সকলে শুকুৰবাৰে অৰ্থাত জুমাৰ নামাজ ৫ বাৰ কৰিব পাৰিব। ৮২৩ বছৰ পাছত এই সময় অহা বাবে ইয়াক বিৰল বুলি কোৱা হৈছে।

৮২৩

জানুৱাৰী মাহত ৫ টা শুকুৰবাৰ পৰা তাৰিখ কেইটা হ'ল-  ৩ জানুৱাৰী, ১০ জানুৱাৰী, ১৭ জানুৱাৰী, ২৪ জানুৱাৰী আৰু ৩১ জানুৱাৰী।

তাৰিখ

কোৱা হয় যে, প্ৰতি শুকুৰবাৰে মুছলমানসকলে জুমাৰ নামাজ পঢ়ে। শুকুৰবাৰৰ দিনটো মুছলমানসকলৰ বাবে অতি বিশেষ। শুকুৰবাৰৰ দিনটোত প্ৰায় প্ৰতিগৰাকী মুছলিমে নামাজ পঢ়ে।

বিশেষ

পঢ়িবলৈ ক্লিক কৰক 

নতুন বছৰত ঘৰলৈ কি বস্তু আনিব লাগে