গৰমৰ দিনত কেঁচা আম কিয় খাব লাগে?

20 April 2025

TV9 ASSAM

গ্ৰীষ্মকালত মানুহে পকা আম খাই খুব ভাল পায়। কিন্তু আপুনি জানেনে যে পকা আমতকৈ কেঁচা আম অধিক উপকাৰী

কেঁচা আম

গ্ৰীষ্মকালত কেঁচা আম খালে হিট ষ্ট্ৰোক ৰোধ হয়। কেঁচা আমৰ অন্যান্য উপকাৰিতাৰ বিষয়ে বিশেষজ্ঞৰ পৰা জানো আহক...

উপকাৰিতা

পুষ্টিবিদ নমামী আগৰৱালাই কয় যে কেঁচা আমত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। লগতে প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে।

পুষ্টি

গ্ৰীষ্মকালত হোৱা আটাইতকৈ ডাঙৰ সমস্যা হ’ল হিট ষ্ট্ৰ’ক। কেঁচা আমে শৰীৰ শীতল কৰাৰ লগতে ডিহাইড্ৰেচন প্ৰতিৰোধ কৰে।

উষ্ণতা

কেঁচা আমে পাচনতন্ত্ৰ শক্তিশালী কৰাত সহায়ক। ইয়াত আঁহ আৰু পেক্টিন থাকে। যিয়ে কোষ্ঠকাঠিন্য, গেছ আৰু বদহজমৰ সমস্যা দূৰ কৰে।

হজম

কেঁচা আম যকৃতৰ বাবে অতি উপকাৰী। ই যকৃতক বিষমুক্ত কৰি পিত্তৰ নিঃসৰণ নিয়ন্ত্ৰণ কৰে। ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যায় আৰু যকৃতে ভালদৰে কাম কৰে।

লিভাৰ ডিটক্স

কেঁচা আমত থকা এন্টিঅক্সিডেন্ট-ভিটামিনে ছাল উজ্জ্বল কৰি তোলাৰ লগতে চুলি মজবুত কৰি তোলে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই ছালক প্ৰাকৃতিক উজ্জ্বলতা প্ৰদান কৰাৰ লগতে চুলি সৰা সমস্যা ৰোধ কৰে।

ছাল আৰু চুলি

চাবলৈ ক্লিক কৰক 

কিডনী বিকল হোৱাৰ লক্ষণ