নাম-প্ৰসংগত কিয় হাত চাপৰি বজায়, ইয়াৰ ধৰ্মীয় আৰু আধ্যাত্মিক তাৎপৰ্য জানি লওক

৭ জুন ২০২৪

 TV9 Assam

হাত চাপৰি বজোৱাৰ ইতিহাস বহুত পুৰণি। প্ৰাচীন কালৰে পৰা ইয়াৰ অস্তিত্ব আছে।

চাপৰি

কিয় হাত চাপৰি বজোৱা হয়, কেনেকৈ আৰম্ভ হ’ল আৰু চাপৰি বজোৱাৰ ধৰ্মীয় আৰু বৈজ্ঞানিক গুৰুত্ব কি জানো আহক।

কাৰণ

বিভিন্ন অনুষ্ঠানত হাত চাপৰি বজোৱা হয়। নাম-প্ৰসংগ, ভজন-কীৰ্ত্তনৰ সময়ত হাত চাপৰি বজোৱাটো নিয়ম।

চাপৰি

হাত চাপৰি বজোৱাটো উৎসাহত আৰু কাৰোবাৰ প্ৰশংসা বা শলাগ লোৱাৰ বাবেও বজোৱা হয়।

আৰম্ভণি

পৌৰাণিক কাহিনী অনুসৰি ভক্ত প্ৰহ্লাদে হাত চাপৰি বজোৱাৰ পৰম্পৰা আৰম্ভ কৰিছিল বুলি বিশ্বাস কৰা হয়।

জড়িত

হাত চাপৰি বজাই হাতৰ তলুৱাত অৱস্থিত একুপ্ৰেচাৰ পইণ্টবোৰক উদ্দীপিত কৰে, যাৰ ফলত হৃদযন্ত্ৰ, যকৃত আৰু হাওঁফাওঁৰ স্বাস্থ্য উন্নত হয়।

বৈজ্ঞানিক গুৰুত্ব

প্ৰতিদিনে নিয়মিতভাৱে হাত চাপৰি বজাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে

উপকাৰিতা

চাবলৈ ক্লিক কৰক

ৰে’লত উঠাৰ লগে লগে টোপনি অহা যেন লাগে নেকি?