TV9 ASSAM
অসম সন্তান ৰিয়ান পৰাগৰ অধিনায়কত্বত ৩০ মাৰ্চত চিএছকেৰ বিৰুদ্ধে আৰ আৰ-য়ে জয়লাভ কৰে। ৬ ৰানত জয় লাভ দলটোৰে।
চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰাৰ পাছতে চৰ্চাত আছে ৰিয়ান পৰাগ। বিভিন্নজনে তেওঁ অধিনায়ক হিচাপে লোৱা সিদ্ধান্তৰ প্ৰশংসা কৰিছে।
অসমবাসীৰ লগতে দেশৰ বিভিন্নজনৰ প্ৰিয় ৰিয়ান পৰাগ। একাংশই কয় যে, পূৰ্বতকৈ ৰিয়ানৰ খেল অধিক উন্নত হৈছে। কেৱল খেল নহয়, সম্পত্তিৰ ক্ষেত্ৰতো আগুৱাই গৈছে তেওঁ।
বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ২০২৫ চন পৰ্যন্ত ৰিয়ান পৰাগৰ ওচৰত প্ৰায় ১৫ কোটি টকাৰ সম্পত্তি আছে।
ৰাজস্থান ৰয়েলছে ৰিয়ানক ২০২৫ ৰ আই পি এলৰ বাবে ১৫ কোটি টকাৰে ক্ৰয় কৰিছে। ২০২১৯ৰ পৰা ২০২১ লৈ তেওঁ ২০ লাখ, ২০২২-২০২৪ লৈ ৩.৮ কোটি লাভ কৰিছিল।
চি এছ কেৰ বিৰুদ্ধে খেলত জয়লাভ কৰিলেও ৰিয়ানে জৰিমনা ভৰিব লগা হয়। শ্লো অভাৰ ৰেটৰ বাবে ৰিয়ানক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে।
বিভিন্নজনে ৰিয়ানক অহংকাৰী বুলি কয়। দাবী অনুসৰি, চি এছ কেৰ বিৰুদ্ধে খেলৰ অন্তত অনুৰাগীৰ সৈতে ছেলফি লয় ৰিয়ানে আৰু পাছত ফোনসমূহ আজৱ ধৰণে দলিয়াই দিয়ে।
পঢ়িবলৈ ক্লিক কৰক