ক্ৰিকেটৰ লগতে এইদৰেও বৃহৎ উপাৰ্জন কৰে ৰোহিতে

1 March 2025

TV9 ASSAM

২০০৭ চনত জাতীয় দলৰ হৈ অভিষেক ঘটোৱাৰ পিছত টি-২০, এদিনীয়া আৰু টেষ্ট- তিনিওটা ফৰ্মেটতে ভাৰতীয় দলক নেতৃত্ব দিছে ৰোহিত শৰ্মাই।

অধিনায়ক ৰোহিত

অধিনায়ক হিচাপে ৫টা খিতাপ জয়েৰে আই পি এল ইতিহাসতো ৰোহিত শৰ্মা এগৰাকী অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপে পৰিগণিত হৈছে।

IPL কেৰিয়াৰ

ক্ৰিকেট কেৰিয়াৰৰ দ্বাৰা যথেষ্ট অৰ্থ উপাৰ্জন কৰা ৰোহিত শৰ্মাই আন এক দিশৰ পৰাও বৃ্হৎ উপাৰ্জন কৰে।

ৰোহিতৰ উপাৰ্জন

ক্ৰিকেটৰ উপৰিও ৰোহিতৰ ব্ৰেণ্ড ভেল্যুও যথেষ্ট বেছি। ব্ৰেণ্ড প্ৰমোচন আৰু এড শ্বুটৰ জৰিয়তে ৰোহিতে বৃ্হৎ উপাৰ্জন কৰে।

ব্ৰেণ্ড এণ্ডাৰ্ছমেণ্ট

প্ৰকাশিত খবৰ অনুসৰি, এতিয়ালৈকে ২০টাতকৈও অধিক ব্ৰেণ্ডৰ সৈতে জড়িত হোৱা ৰোহিতে এটা ব্ৰেণ্ড এণ্ডাৰ্ছমেণ্টৰ বাবে ৫ কোটি টকা লাভ কৰে।

ব্ৰেণ্ড ভেল্যু

এইদৰে ক্ৰিকেট আৰু ব্ৰেণ্ড এণ্ডাৰ্ছমেণ্টৰ জৰিয়তে ৰোহিত শৰ্মাৰ মুঠ উপাৰ্জন ২১৪ কোটি টকা বুলি জানিব পৰা গৈছে।

নেট ৱৰ্থ

পঢ়িবলৈ ক্লিক কৰক 

মৈদাম কি জানেনে আপুনি?