ৰোহিত-কোহলীৰ হাতত আজি অনন্য মাইলষ্ট’ন স্পৰ্শৰ সুযোগ

20 Feb 2025

TV9 ASSAM

চেম্পিয়নছ ট্ৰফীৰ নৱম সংস্কৰণত আজি বাংলাদেশৰ বিপক্ষে মেচৰ জৰিয়তে অভিযান আৰম্ভ কৰিছে দুবাৰৰ চেম্পিয়ন ভাৰতীয় দলে।

চেম্পিয়নছ ট্ৰফীৰ মেচ

ভাৰতীয় দলৰ দুই তাৰকাদ্বয় ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এই মেচখনত অনন্য কৃতিত্ব স্থাপনৰ সুযোগ লাভ কৰিছে।

ৰোহিত-কোহলী

ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই এই মেচখনৰ সময়তে এদিনীয়াত ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিছে।

ৰোহিত শৰ্মা

এইপৰ্যন্ত ৰোহিতে এদিনীয়াত ২৬০টা ইনিংছত ১০৯৮৮ ৰান সংগ্ৰহ কৰিছে। অৰ্থাৎ আজি ১২ ৰান কৰিলেই ১১ হাজাৰ ৰান সম্পূৰ্ণ হ’ব ৰোহিতৰ।

এদিনীয়াত ৰোহিত

ইফালে বিৰাট কোহলীয়েও আজিৰ মেচখনৰ সময়ত এদিনীয়াত ১৪ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব।

বিৰাট কোহলী

এইপৰ্যন্ত ২৮৫টা ইনিংছত ১৩,৯৬৩ ৰান সংগ্ৰহ কৰা কোহলীয়ে আৰু মাত্ৰ ৩৭ ৰান কৰিলেই ১৪ হাজাৰ ৰান সম্পূৰ্ণ হ’ব।

এদিনীয়াত কোহলী

পঢ়িবলৈ ক্লিক কৰক 

চেম্পিয়নছ ট্ৰফীৰ পুৰস্কাৰতকৈ বেছি IPLৰ খেলুৱৈৰ দৰমহা