ওজন হ্ৰাস কৰাৰ বাবে কি খাব?

১৬ জুলাই, ২০২৪

Tv9 Assam

আজিকালি ওজন বৃদ্ধি বহুতৰে বাবে এক সমস্যা। ওজন হ্ৰাস কৰাৰ বাবে বহুতে ডায়ট কৰে। বহুতে ভাৱে ভাত খালে ওজন বাঢ়ে।

ওজন হ্ৰাস

বহু মানুহে ভাত খাই ভাল পাই, কিন্তু ওজন কম কৰাৰ বাবে ৰুটি খায়। কিন্তু শৰীৰৰ বাবে কি ভাল?

ৰুটি নে ভাত

ভাত আৰু ৰুটি দুয়োটাতে কাৰ্বোহাইড্ৰেট থাকে। যাৰ ফলত শৰীৰত গ্লুকজ কম হয়।  তেতিয়াই ওজন বাঢ়ে।

কি কয় বিশেষজ্ঞই

কিন্তু কাৰ্বোহাইড্ৰেট সেৱন কৰা আমাৰ শৰীৰৰ বাবে অত্যন্ত জৰুৰী। সেয়ে ক'ম পৰিমাণে ভাত, ৰুটি দুয়োটা খাব লাগে।

জৰুৰী

বিশেষজ্ঞই কয় যে, আমি ভাত কম পৰিমাণে খাব লাগে। যদি কোনোৱে ১ বাতি ভাত খাই তেন্তে ২ বাটি ডাইল খাব লাগে।

ভাত

ইয়াৰ লগতে ঋতু অনুযায়ী শাক- পাচলি খাব লাগে। চালাদ বেছিকৈ খোৱা ভাল। ইয়াৰ লগতে ফাইবাৰ থকা খাদ্য , দৈ খাব লাগে।

চালাদ

যদি কোনোৱে ৩ খন ৰুটি খাই তেন্তে ইয়াৰ পৰিমাণ কমাই ২ খন কৰি দিব লাগে। অৱশ্যে সকলোৰে শৰীৰৰ ওজন অনুসৰি ডায়েট বেলেগ বেলেগ হয়। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা অত্যন্ত আৱশ্যক।

ৰুটি

পঢ়িবলৈ ক্লিক কৰক

Chandipura Virus :