ভাৰতৰ ১০০ টকা এই স্থানত হৈ পৰে ৫০ হাজাৰ টকা

০৯ নৱেম্বৰ ২০২৪

TV9 ASSAM

শেহতীয়াকৈ ইৰানী ৰিয়ালৰ মূল্য যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ইৰানত ভাৰতীয় টকাৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে।

ইৰানী ৰিয়াল

ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ পিছত ডলাৰৰ বিপৰীতে ইৰানী ৰিয়ালৰ মূল্য যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে বুলি খবৰ ওলাইছিল।

মূল্য হ্ৰাস

এই খবৰ অনুসৰি ডলাৰৰ বিপৰীতে ৰিয়ালৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পাইছে আৰু এই সংখ্যা ৭ লাখ ৰিয়ালত উপনীত হৈছে।

ডলাৰৰ বিপৰীতে ৰিয়াল

ডলাৰৰ পিছত এতিয়া ইয়াৰ প্ৰভাৱ ভাৰতীয় টকাতো স্পষ্টকৈ দেখা গৈছে। অৰ্থাৎ ৰিয়ালৰ তুলনাত ভাৰতীয় টকাৰ মূল্য বৃদ্ধি পাইছে।

টকাৰ ক্ষেত্ৰতো প্ৰভাৱ

এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ ১০০ টকাৰ মূল্য এতিয়া ইৰানত ৫০ হাজাৰ টকাৰ সমপৰ্যায়ৰ হৈ পৰিছে।

টকাৰ বিপৰীতে ৰিয়াল

অৰ্থাৎ মুদ্ৰাৰ বজাৰত এতিয়া ভাৰতীয় টকাৰ মূল্য ইৰানী ৰিয়েলতকৈ ৫০০ গুণ অধিক হৈ পৰিছে।

টকাৰ মূল্য

ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ পিছত ডলাৰ সূচকাংক যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমান ডলাৰ সূচকাংক ১০৫ ৰ স্তৰত আছে।

ডলাৰ সূচকাংক

পঢ়িবলৈ ক্লিক কৰক

মানসিকভাৱে শক্তিশালী হ’বলৈ কৰক ধ্যান