हेल्दी रहने के लिए हमारे शरीर के लिए विटामिन्स बेहद जरूरी है. विटामिन्स हमें ऊर्जा देने के साथ-साथ शरीर रो बीमारियों से बचाते हैं
১৬৩২ চনত মোগল সম্ৰাতগৰাকীয়ে প্ৰিয় পত্নী মমতাজৰ নামত এই তাজমহল নিৰ্মাণ কৰিছিল।
ই প্ৰায় ১৭ হেক্টৰ (৪২ একৰ) ভূমি বিস্তৃত হৈ আছে। ইয়াত এটা মছজিদ আৰু গেষ্ট হাউচো আছে।
যি মাটি তাজমহল আছে সেই মাটি আচলতে আজমেৰ (ৰাজস্থান)ৰ কছবাহাৰ।
দৰবাৰী ইতিহাসবিদ হামিদ লাহোৰীৰ মতে তাজমহলৰ বাবে কছৱাহৰ পৰা মাটি ক্ৰয় কৰিছিল। বিভিন্ন কিতাপত উল্লেখ কৰিছে এই কথা ।
মিনিষ্ট্ৰি এফ কালছাৰৰ প্ৰতিবেদন অনুসৰি মাটিৰ বিনিময়ত ছাহজাহানে আজমেৰৰ ৰজাক ৪টাকৈ অট্টালিকা দিছিল।
প্ৰায় ৩২ মিলিয়ন টকাৰ ব্যয় সাপক্ষে এই তাজমহল নিৰ্মাণ হৈছিল।আজিৰ দিনত ইয়াৰ পৰিমাণ প্ৰায় ৫৩ বিলিয়ন টকা।
পঢ়িবলৈ ক্লিক কৰক