কলৰ বাকলিৰ ছাইৰ পৰা কলাখাৰ তৈয়াৰ কৰা হয়।
8 Nov 2024
TV9 ASSAM
অতীতকালৰ অসমত নিমখৰ সলনি আঞ্জাত খাৰ দি খাইছিল।
খাৰ
অত্যাধিক খোৱাটো শৰীৰৰ বাবে অপকাৰো হ’ব পাৰে।
অপকাৰ
শৰীৰক উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰ’ক হোৱাৰ পৰা সুৰক্ষা দিয়ে।
উচ্চ ৰক্তচাপ
কিডনীত পাথৰ হোৱা প্ৰতিৰোধ কৰে।
পাথৰ
হাড়ৰ ঘনত্ব বজাই ৰখাত সহায় কৰে।
হাড়
খাৰে গৰ্ভাৱস্থাত দেখা দিয়া মৰ্ণিং ছিকনেছ আঁতৰ কৰে।
গৰ্ভৱস্থা
খাৰ খোৱা মহিলাৰ প্ৰসৱ সহজে হয়।
গৰ্ভৱস্থা
চাবলৈ ক্লিক কৰক
ট্ৰাম্পক অভিনন্দন জনাই পুটিনে
Learn more