ৰাতি দৈ খালে ডিঙিত কফ বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি ।

28 Nov 2024

TV9 ASSAM

ৰাতি দৈ খোৱাৰ কোনো ক্ষতি নহয়।

যদিহে আপুনি সুস্থ

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, লগতে সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰে।

উপকাৰ

নিয়মীয়াকৈ খালে কলেষ্টেৰল হ্ৰাস হয়।

উপকাৰ

হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা হ্ৰাস কৰে লগতে ৰক্তচাপ স্বাভাৱিক কৰে।

উপকাৰ

মুখৰ আলচাৰ নিৰাময় কৰাতো সহায়ক। 

উপকাৰ

দৈ স্বাস্থ্য আৰু সৌন্দৰ্য উভয়ৰ বাবে খুব ভাল৷ 

উপকাৰ

দৈ ৰাতি খাব নালাগে আৰু ইয়াক গৰম কৰি নাখাব।

নাখাব

চাবলৈ ক্লিক কৰক 

য়ামী গৌতমৰ জন্মদিন