১৫ জুন, ২০২৪
জামু স্বাস্থ্যৰ বাবে উপকাৰী ফল। মিঠা আৰু অলপ টেঙা ইয়াৰ সোৱাদ। আয়ুৰ্বেদত এই জামু স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা হয়।
জামুত এন্টিএক্সিডেন্ট, ফ্লোবোনোইড, ভিটামিন চি, কেলছিয়াম,ফাইবাৰ, মেগ্ৰিছিয়াম, আয়ৰণ আদি থাকে।
জামুৰ কিছুমান অপকাৰী গুণো আছে। অধিক মাত্ৰাত জামু খোৱা দেহৰ বাবে ভাল নহয়।
যদি আপোনাৰ গেষ্ট্ৰিকৰ সমস্যা আছে তেন্তে জামু নাখাব। ইয়ে শৰীৰত বেয়া প্ৰভাৱ পেলাব।
কিছুমানলোকৰ জামু খোৱাৰ ফলত বমি হ'ব পাৰে। যদি এনে হয় তেন্তে জামু নাখাব।
জামু ছালৰ বাবে ভাল। কিয়নো ভিটামিন চি থাকে। কিন্তু জামু বেছি খালে ছালতো বেয়া প্ৰভাৱ পৰিব পাৰে।
তেজৰ কিছুমান সমস্যাৰ বাবে জামু বেয়া। ইয়ে সমস্যা বৃদ্ধি কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক