উজ্বল ছালৰ বাবে ঘৰতে তৈয়াৰ কৰক এই সামগ্ৰী 

14  Nov 2024

TV9 ASSAM

ঠাণ্ডাৰ দিনত ছাল শুকান হৈ যোৱাৰ ফলত বহু সমস্যা হয়। সেয়ে ছাল ভালদৰে ৰাখিবলৈ ক্ৰীম, মইস্বৰাইজাৰ বা টোনাৰৰ ব্যৱহাৰ কৰিব লাগে।

ছালৰ যত্ন

টোনাৰে ছালখন শুকান হোৱাৰ পৰা ৰক্ষা কৰে। ইয়াৰ ফলত নেছৰেল অইল প্ৰডাকশ্যন ঠিকে থাকে। টোনাৰ ব্যৱাহাৰ কৰিছে ছালখন উজ্বল হৈ থাকে।

টোনাৰৰ কাম

বজাৰত আপুনি বহু ধৰণৰ টোনাৰ পাব। কিন্তু আপুনি ঘৰতো টোনাৰ তৈয়াৰ কৰিব পাৰে । ঘৰুৱা সামগ্ৰীৰে তৈয়াৰ কৰাৰ টোনাৰৰ পৰা সমস্যা হোৱাৰ সম্ভাৱনাও কম থাকে।

ঘৰত তৈয়াৰ কৰক

গাখীৰে ছালৰ বাবে উপকাৰী। এটা বাচনত কেঁচা গাখীৰ লৈ তুলাৰে থালত লগাব লাগে। তাৰ কিছু সময় পাছত আকৌ গাখীৰেৰে ধুব লাগে। ই ছাল ছাফা কৰি টোনাৰৰ কাম কৰে।

কেঁচা গাখীৰ

গ্ৰীণ টি শৰীৰৰ বাবে ভাল। এয়া খালে ওজন হ্ৰাস পোৱাৰ লগতে ছালো উজ্বল হয়। গ্ৰীণ টিৰ পৰা প্ৰস্তুত কৰা পানী এটা বটলক ৰাখি নিশা শোৱাৰ পূৰ্বে মুখত স্প্ৰে কৰিব লাগে।

গ্ৰীণ টি

ইয়াত এন্টি ফাংগাল, এন্টি চেপ্টিক, এন্টি বেক্টেৰিয়েল গুণ থাকে। যাৰ বাবে ই ছালৰ বাবে উপকাৰী।  গতিকে উজ্বল ছালৰ বাবে আপুনি এয়া ব্যৱহাৰ কৰিব পাৰে।

এপল চাইডাৰ ভিনেগাৰ

আপুনি নেমু আৰু এলোভোৰাৰ পৰাও টোনাৰ তৈয়াৰ কৰিব পাৰে।ইয়াৰ বাবে তুলসী পাত পানীত উতলাই লওক। পানীখিনি চেকি নেমু ৰস মিহলাওক। ইয়াত এলোভেৰা জেল মিহলাই ৰাতি শুৱাৰ আগত ব্যৱহাৰ কৰক।

নেমু আৰু এলোভেৰা

পঢ়িবলৈ ক্লিক কৰক 

বিশ্বৰ দুখীয়া দেশ