ছালত নপৰে বয়সৰ প্ৰভাৱ, কৰক এই কাম... (Credit: Getty images)

29 April 2025

TV9 ASSAM

বয়স বৃদ্ধিৰ প্ৰভাৱ ছালত পৰে। এনে অৱস্থাত বহুতে কলেজন চাপ্লিমেন্ট ব্যৱহাৰ কৰে। কিন্তু আপুনি যদি সঠিক বয়সত খাদ্যভাস ভালে ৰাখে তেন্তে আপোনাৰ ছাল সুস্থ হৈ থাকিব আৰু বয়সৰ প্ৰভাৱ দেখা নাযায়।

কলেজন চাপ্লিমেন্ট

৩০ বছৰ বয়সৰ পাছত শৰীৰত কলেজন প্ৰডাকশ্যন কম হৈ যায়। যাৰ বাবে এই সময়চোৱাত ভাল খাদ্য খোৱা অতি আৱশ্যক।  ইয়াৰ ফলত আপোনাৰ ছাল ধুনীয়া হৈ থকাৰ লগতে সুস্থ হৈ থাকিব।

কলেজন বুষ্ট খাদ্য

কলেজনৰ বাবে প্ৰোলাইন আৰু গ্লোইচিন অমিনো এচিডছৰ প্ৰয়োজন। এই দুই বস্তু চোয়াবিনত পোৱা যায়। গতিকে আপুনি চোয়াবিনৰ পৰা আৰম্ভ কৰি গাখীৰ, তোফু  আদি খাব পাৰে।

ছোয়া প্ৰডাক্ট

 বাদামত অমিনো এচিডছ থাকে, লগতে ইয়াত ভিটামিন ই পোৱা যায়। ই শৰীৰৰ বাবে অতি উপকাৰী। গতিকে প্ৰতিদিনে পুৱা ৩-৪ টা বাদাম খাব লাগে। এই বাদাম নিশাই পানীত তিয়াই থ'ব।

বাদাম

ভিটামিন চি স্বাস্থ্যৰ বাবে উপকাৰী। গতিকে যিসমূহ ফলত ভিটামিন চি পোৱা যায় তেনে খাদ্য খাব লাগে। বতৰৰ হিচাপত প্ৰতিদিনে অন্তত এটা ভিটামিন চি সমৃদ্ধ ফল খাব।

ভিটামিন চি

প্ৰতিদিনে পুৱা উঠাৰ পাছত এক গিলাচ কুহুমীয়া পানীত অলপ নেমু ৰস মিহলাই খাব লাগে। ইয়াৰ ফলত শৰীৰ ডিটক্স হয় লগতে ওজন নিয়ন্ত্ৰণ হয়। এয়া খালী পেটত খাব পাৰিলে ভাল।

নেমু

কলেজন বুষ্ট কৰাৰ বাবে ডায়েটত আমিষ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ বাবে আপুনি কণী বা মাছ খাব পাৰে। অৱশ্যে বেছি ফেট থকা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। লগতে শাক-পাচলি খাব লাগে।

আমিষ খাদ্য

পঢ়িবলৈ ক্লিক কৰক 

দাঁতৰ হালধীয়া দাগ দূৰ কৰাৰ উপায়