ঠাণ্ডাৰ দিনত মুখত ঘিউ লগালে কি হয়? 

19 December, 2024 

TV9 ASSAM

ঘৰতে তৈয়াৰ কৰা ঘিউৰ বহু উপকাৰিতা আছে। স্বাস্থ্যৰ বাবে ঘিউ উপকাৰী। ঘিউত অমেগা-৩ ফেটী এচিড থাকে। ই মানুহক স্বাস্থ্যবান কৰি তোলে।

ঘিউ

ঘিউত থকা উপাদানে শৰীৰক গৰম কৰাত সহায় কৰে আৰু শক্তি দিয়ে। ঘিউত ভিটামিট এ, ডি, ই আৰু কে থাকে যাৰ বাবে ই ইমিউনটি ভাল কৰে। পাচনতন্ত্ৰ ভাল কৰাৰ লগতে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে।

ব্যৱহাৰ

আয়ুৰ্বেদনত আগৰে পৰা ঘিউৰ ব্যৱহাৰ হৈ আছিল। কিন্তু বহু কম সংখ্যকলোকে জানে যে শীতকালত ছালত ঘিউ লগালে কি হয়। এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তাই।

আযুৰ্বেদ

বিশেষজ্ঞ কিৰণ গুপ্তাই কয় যে ঘিউ মুখত লগালে বহু উপকাৰ পোৱা যায়। যাৰ শুকান ছাল আছে সেইসকলে প্ৰতিদিনে ঘিউ লগাব পাৰে। ঘিউ লগালে শুকান ছালৰ সমস্যা নোহোৱা হয়।

ছালত

আপুনি নিশা শুৱাৰ পূৰ্বে মুখত ঘিউ লগাব পাৰে আৰু পুৱা গা ধুৱাৰ প্ৰায় ২ ঘন্টা আগতো ঘিউ লগাব পাৰে। যিসকলৰ এলাৰ্জিৰ সমস্যা আছে সেইসকলে ব্যৱহাৰৰ আগত চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।

নিশা

যিসকলৰ ঘিউ খোৱাত বাধা আছে সেইসকলেও ইয়াক মুখত ব্যৱহাৰ কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ। চিকিৎসৰ পৰামৰ্শ নোলোৱাকৈ ব্যৱহাৰ নকৰিব।

চিকিৎসক

ডাঃ কিৰণ গুপ্তাই কয় যে, ঘিউ মুখত ব্যৱহাৰ কৰিলে ছাল উজ্বল আৰু ধুনীয়া হৈ পৰে। ই এন্টি অক্সিডেন্টৰ কাম কৰে। গতিকে ছালত ঘিউ ব্যৱহাৰ কৰা কিছুমানৰ বাবে ভাল।

উজ্বলতা

পঢ়িবলৈ ক্লিক কৰক 

চাকৰিৰ ক্ষেত্ৰত বাধা দূৰ কৰাক উফায়