শুকান ছালত ব্যৱহাৰ নকৰিব এই সামগ্ৰী

23 Feb 2025

TV9 ASSAM

কিছুমান মানুহৰ ছাল অতি শুকান হয়। এনে অৱস্থাত কিছুমান বস্তু ব্যৱহাৰ কৰিলে ছাল অধিক শুকান হৈ পৰাৰ লগতে ৰঙা পৰা, দাগ,খজুৱতি আদি সমস্যা হ'ব পাৰে।

শুকান ছাল

শুকান ছালক সদায় অধিক যত্নৰ প্ৰয়োজন হয়। শুকান ছাল অনুসৰি প্ৰসাধন বা অন্য সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। ইয়াৰোপৰি কিছুমান বিশেষ বস্তু লগোৱাৰ পৰা আঁতৰত থাকিব লাগে।

নলগাব

নেমুত চিট্ৰিক এচিড থাকে, যিয়ে চেনচেটিভ আৰু শুকান ছালত ৰঙা পৰা, জ্বলা ভাৱ, ফুলা আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে শুকান ছালত নেমু ৰস ব্যৱহাৰ কৰিব নালাগে।

নেমু ৰস

একাংশই ছালৰ যত্নৰ বাবে ঘৰুৱা উপায় ব্যৱহাৰ কৰি বেকিং চোডা লগায়। কিন্তু শুকান ছালৰ বাবে ই বেয়া। যাৰ বাবে শুকান ছালত বেকিং চোডা ব্য়ৱহাৰ কৰিব নালাগে।

বেকিং চোডা

একাংশই চেনি আৰু কফিৰ পেষ্ট বনাই ছালত লগায়। কিন্তু শুকান ছালৰ বাবে ই ক্ষতিকাৰক। যাৰ বাবে এই পেষ্ট শুকান ছালত কেতিয়াও নলগাব।

চেনি আৰু কফি

ডাঠ স্ক্ৰাব শুকান ছালত ব্যৱহাৰ কৰি নালাগে। ইয়াৰ ফলত ৰঙা পৰা, ফুলা আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে।  সদায় লাইট স্ক্ৰাব ছালত ব্যৱহাৰ কৰিব লাগে।

ষ্ট্ৰং এক্সফোলিটটৰ্চ

দৈত এচিডিক থাকে। যাৰ বাবে শুকান ছালত দৈ লগাব নালাগে। ইয়াৰোপৰি শুকান ছালত ইয়াক ব্যৱহাৰ কৰাৰ আগত এবাৰ টেষ্ট কৰি চাব।

দৈ

পঢ়িবলৈ ক্লিক কৰক 

সুখী জীৱনৰ উপায়