সাপে দংশন কৰিলে কি কৰিব ?

28 JULY 2024

TV9ASSAM

সাপে কামোৰাৰ পাছতে প্ৰতিজন লোকে কিছুমান ভুল কৰে । যাৰ বাবে সাপে দংশন কৰাৰ লোকজনৰ জীৱন ৰক্ষা কৰাটো কঠিন হৈ পৰে ।

জীৱন ৰক্ষা কৰাটো কঠিন

কিন্তু সাপে কামোৰাৰ পিছত কিছুমান মৌলিক সাৱধানতা অৱলম্বন কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যাব লাগে।

মৌলিক সাৱধানতা

সাপে কামোৰাৰ পিছত অপ্ৰয়োজনীয়ভাৱে আতংকিত নহ’ব। মনটোক শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব ।

আতংকিত নহ’ব

সাপে কামোৰা অংশ কাপোৰ বা বেণ্ডেজেৰে মেৰিয়াই লওক। বেছি জোৰেৰে বান্ধিব নালাগে।

কাপোৰ বা বেণ্ডেজ

সাপে কামোৰাৰ পিছত দেহটো বেছি লৰচৰ নকৰিব। শৰীৰটো স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰক।

লৰচৰ নকৰিব

সাপে কামুৰিলে কোনো ধৰণৰ মলম লগাব নালাগে। বৰফ বা ডেটলৰ দৰে বস্তু প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই।

মলম লগাব নালাগে

সাপে কামোৰাৰ পাছত অতি সোনকালে চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰলৈ লৈ যাওক।

সোনকালে চিকিৎসালয়লে যাওক

পঢ়িবলৈ ক্লিক কৰক

সূৰ্যকুমাৰ যাদৱৰ সাফল্যৰ আঁৰৰ কাহিনী