এইখন দেশত শিশুসকলৰ বাবে নিষিদ্ধ হ'ব ছ'চিয়েল মিডিয়া

১১ ছেপ্টেম্বৰ, ২০২৪

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী অল্বনীজে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ১৬ বছৰৰ তলৰ শিশুসকলৰ বাবে ছ'চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ তেওঁ পৰিকল্পনা কৰিছে।

কোনখন দেশ

এতিয়ালৈকে বয়স নিৰ্ধাৰণ হোৱা নাই যদিও ১৪ বা ১৬ বছৰৰ সীমা নিৰ্ধাৰণ কৰিব পাৰে। এইসকলে ফেচবুক, ইনষ্টা আদি একো ব্যৱহাৰ কৰিব নোৱাৰিব।

বয়স

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিচাৰে যে শিশুসকলে ফোনৰ পৰা দূৰত থাকি খেলা-ধূলা কৰা আৰম্ভ কৰক। যাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

কি কয়

নিজৰ সন্তানক ফোনৰ প্ৰতি আকৃষ্ট হোৱা দেখি চিন্তিত হৈ পৰিছে পিতৃ- মাতৃসকল। যাৰ বাবে সকলো কথা চিন্তা কৰি এই সিদ্ধান্ত লোৱা হৈছে।

পিতৃ মাতৃ

কিছুমান বিশেষজ্ঞই এই বিষয়টোৰ ওপৰত সমালোচনা কৰিছে। তেওঁলোকৰ মতে ইয়াৰ দ্বাৰা শিশুসকলৰ ডিজিটেল পৃথিৱীৰ পৰা আঁতৰত ৰখা হ'ব।

বিশেষজ্ঞই কি কয়

প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে ছ'চিয়েল মিডিয়াই শিশুসকলৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলায়।এই আইন ২০২৪ ৰ শেষৰফালে সদনত গৃহীত হ'ব।

 কাৰ্যকৰী  কেতিয়া

পঢ়িবলৈ ক্লিক কৰক 

চাওক এই ৫ খন ছবি