১১ জুন ২০২৪
TV9 Assam
সোনাক্ষীৰ বিয়াৰ খবৰে কিছুদিনৰ পৰা চৰ্চা লাভ কৰিছে। অভিনেত্ৰীগৰাকীৰ অভিনয়ৰ লগতে সাজ-পোছাকেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
সোনাক্ষীৰ দৰে একে ৰঙৰ কুৰ্তী পিন্ধি আপুনিও শীতল অনুভৱ কৰিব পাৰে।
গীষ্মকালত ধুনিয়া আৰু ষ্টাইলিচ দেখাবলে আপুনি সোনাক্ষীৰ কুৰ্তীৰ ষ্টাইল অনুসৰণ কৰিব পাৰে।
সোনাক্ষী সিন্হাক ৰঙা ৰঙৰ পোছাকত স্মাৰ্ট দেখাইছে। এনেকুৱা পোছাক আপুনিও পিন্ধিব পাৰে।
সোনাক্ষীৰ পৰা আপুনি এনেধৰণৰ পাৰ্টিৰ পোছাকৰ অনুসৰণ কৰিব পাৰে।
ৰঙা পোছাকৰ সৈতে সোনাক্ষীয়ে চুলিও ষ্টাইল কৰিছে। এইদৰে চুলি বান্ধিলে গৰমত আপুনিও আৰাম অনুভৱ কৰিব।
সোনাক্ষী সিন্হাৰ চাৰ্ট আৰু ট্ৰাউজাৰ লুকটোৱে আকৰ্ষণীয় দেখিছে। অফিচত যাবলৈ এনেধৰণৰ পোছাক পৰিধান কৰিব পাৰে।
চাবলৈ ক্লিক কৰক
প্ৰেয়সীৰ সৈতে স্বামীক দেখি খঙত অগ্নিশৰ্মা দলজীত কৌৰ