23 May 2024
গৰমৰ দিনত ঘামৰ গোন্ধই আপোনাক লাজত পেলাব পাৰে
শৰীৰৰ পৰা ওলোৱা ঘামৰ গোন্ধে বন্ধু-বান্ধৱ, সংগী বা অফিচৰ সহকৰ্মীৰ সন্মুখত আপোনাক লজ্জিত কৰিব পাৰে।
কিছুমান সহজ টিপছ মানি চলি এই সমস্যাৰ পৰা সকাহ পাব পাৰে।
গৰম দিনত যথেষ্ঠ পৰিমাণে পানী সেৱন কৰিব লাগে।
ঘামৰ গোন্ধৰ পৰা হাত সাৰিবলৈ নিম পাতৰ পানীৰে গা ধুব লাগে। নিমৰ পাতত এন্টিবেক্টেৰিয়েল গুণ থাকে যাৰ ফলত ঘামৰ বেক্টেৰিয়া বৃদ্ধি হোৱাত বাধা দিয়ে।
গা ধোৱা পানীত গোলাপৰ পানী দিব। গোলাপৰ পানীয়ে সুগন্ধি দিব আৰু লগতে আপোনাক সতেজ অনুভৱ কৰাব।
খাদ্যৰ তালিকাত সদায় নেমু অন্তৰ্ভুক্ত কৰক
চাবলৈ ক্লিক কৰক