চাকৰি আৰু বাণিজ্যত সফলতা লাভ কৰাৰ উপায়!

৯ অক্টোবৰ, ২০২৪

হিন্দু ধৰ্মত পূজা পাঠৰ বিশেষ মান্যতা আছে। পূজাৰ সময়ত তামোল-পানৰ মহত্ব অধিক। তামোল বা চুপাৰী ভগৱান গণেশৰ অতি প্ৰিয়। সেইবাবে গণেশৰ পূজা কৰাৰ সময়ত তামোল বা চুপাৰী ব্যৱহাৰ কৰিব লাগে।

পূজা

গণেশৰ উপৰিও ভগৱান বিষ্ণু আৰু লক্ষ্মী মাৰ পূজাত তামোল ব্যৱহাৰ কৰা হয়। ম্যানতা অনুসৰি তামোলৰ লগত জড়িত বিশেষ উপায় কৰিলে ব্যক্তিৰ জীৱনত ধন সম্পত্তি হয়।

উপায়

যদি আপোনাৰ জীৱনত আৰ্থিক সংকট আছে তেন্তে পূজাত ব্যৱহাৰ কৰা তামোলৰ টুকুৰা কাপোৰত বান্ধি ধন থোৱা ঠাইত ৰাখিব লাগে। এনে কৰিলে ধনৰ লগত জড়িত সমস্যা দূৰ হয় বুলি কোৱা হয়।

ধন বৃদ্ধি

চাকৰি আৰু বাণিজ্যত সফলতা লাভ কৰিবলৈ শনিবাৰে সূৰ্য অস্ত যোৱাৰ পাছত আহতৰ তলত চাকি জ্বলাওক। তাৰ পাছত ১ টকা এটা ৰাখি লগত তামোল পাণ দিব লাগে। পাছদিনা তামোল আৰু ১ টকাটো ধন ৰখা স্থানত ৰাখক।

চাকৰি আৰু বাণিজ্য

যদি কোনো কাম দীৰ্ঘদিন ধৰি হৈ উঠা নাই তেন্তে নিজৰ বেগত তামোল আৰু লঙৰ দুটা টুকুৰা ৰাখক। যেতিয়া কামলৈ যাব তেতিয়া লঙটো খাই তামোল কোনো মন্দিৰত দিব। এনে কৰিলে কাম হৈ উঠিব।

সফলতা

যদি বিয়াৰ ক্ষেত্ৰত সমস্যা আহি আছে তেন্তে হালধী, চাউল লগাওক তামোলত।তাৰ পাছত বৃহস্পতিবাৰে লক্ষ্মী-নাৰায়ণৰ মন্দিৰত ৰাখক। এনে কৰিলে বিবাহৰ সমস্যা দূৰ হয়।

বিবাহ

তামোলৰ দ্বাৰা নজৰ দোষৰ পৰা মুক্তি পাব পাৰি। যদি ঘৰৰ কাৰোবাৰ নজৰ লাগিছে তেন্তে তেওঁৰ মূৰৰ পৰা তললৈ ৭ বাৰ তামোল ঘূৰাই অগ্নিত দি দিয়ক।

নজৰ

পঢ়িবলৈ ক্লিক কৰক 

নৱৰাত্ৰিত নকৰিব এই কাম