সূৰ্যকুমাৰ যাদৱৰ সাফল্যৰ আঁৰৰ আচৰিত সত্য!

২৫ জুলাই, ২০২৪

TV9 ASSAM

শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ জৰিয়তে ভাৰতীয় দলৰ নতুন টি-২০ অধিনায়ক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিবলৈ সাজু হৈছে যাদৱ।

নতুন ভূমিকাত যাদৱ

অধিনায়ক হিচাপে যাদৱে পাল্লেকেলেত চলি থকা অনুশীলনৰ সময়ত দলীয় সতীৰ্থৰ ওপৰত ৰাখিছে তীক্ষ্ণ দৃষ্টি।

সতীৰ্থৰ ওপৰত দৃষ্টি

আশ্চৰ্যকৰভাৱে পাল্লেকলেত দলৰ সৈতে বেটিং অনুশীলনৰ পৰা বিৰত আছে অধিনায়ক সূৰ্যকুমাৰ যাদৱ।

অনুশীলন কৰা নাই সূৰ্যই

জানি আচৰিত হ’ব যে সূৰ্যকুমাৰ যাদৱে কেতিয়াও মেচৰ পূৰ্বে বেটিং অনুশীলন নকৰে। যোৱা ৬ বছৰ ধৰি যাদৱে এই কৌশল গ্ৰহণ কৰি আহিছে।

আচৰিত তথ্য

মেচৰ পূৰ্বে অনুশীলন নকৰাৰ কোনো নিৰ্দিষ্ট কাৰণ নাই যদিও মেচৰ পূৰ্বে নিজকে শান্ত কৰি ৰাখিবলৈকে যাদৱে অনুশীলন নকৰে বুলি প্ৰকাশ পাইছে।

কিয় নকৰে অনুশীলন

মেচৰ পূৰ্বে অনুশীলনৰ পৰা বিৰত থাকিলে খেলুৱৈজনে সতেজ অনুভৱ কৰে আৰু মেচতো ইয়াৰ ইতিবাচক প্ৰভাৱ পৰে।

অনুশীলন নকৰাৰ লাভ

পঢ়িবলৈ ক্লিক কৰক

নিজকে কিদৰে সুখী কৰি ৰাখিব?