শীতকালত মিঠা আলু খাবলৈ বহুলোকে ভালপায়।
14 Nov 2024
TV9 ASSAM
প্ৰতি বছৰৰ ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয়।
শিশু দিৱস
শৰীৰে ভিটামিন এ, ভিটামিন চি, পটাছিয়াম আৰু ফাইবাৰৰ লাভ কৰে ৷
উপকাৰ
মিঠা আলু খালে চৰ্দি, কাহ, ফ্লু আদি ভাইৰাছজনিত ৰোগৰ আশংকা কমে।
উপকাৰ
এই আলু ফ্ৰেঞ্চ ফ্ৰাই কৰিও বহুলোকে খাই ভাল পায়।
জুতি
মল-মূত্ৰ নিয়ন্ত্ৰণ কৰাত সহজ হয় আৰু হজম শক্তিও উন্নত হয় ৷
হজম উন্নত
কোষ্ঠকাঠিন্য আৰু গেছৰ দৰে পেটৰ সমস্যা দূৰ হয় ৷
গেছৰ সমস্যা
মিঠা আলুৱে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
ওজন নিয়ন্ত্ৰণ
চাবলৈ ক্লিক কৰক
ব্যক্তিগত মেছেজ
Learn more