বাৰিষাৰ সময়ত এনেদৰে যত্ন লওক শিশুৰ
23 July 2024
TV9 Assam
বাৰিষাৰ বতৰে লগত লৈ আহে অনেক বেমাৰ।
বেমাৰ
পিতৃ-মাতৃয়ে সৰু ল’ৰা-ছোৱালীক বৰষুণত তিতিবলৈ দিব নালাগে।
বৰষুণ
বৰষুণৰ সময়ত সংক্ৰমণৰ সম্ভাৱনাও বহু পৰিমাণে বৃদ্ধি পায়।
সংক্ৰমণ
শিশুৰ সুবিধাৰ বাবে বেগত এটা সৰু ছাতি ৰাখক।
ছাতি
শিশুৰ স্কুল বেগত সদায় ৰেইনকোট এটা ৰাখক।
ৰেইনকোট
ৱাটাৰপ্ৰুফ বেগ আৰু জোতা শিশুৰ বাবে অতি উপযোগী।
বেগ
এইসময়ছোৱাত সকলো খাদ্য শিশুক খাব দিব নালাগে
খাদ্য
পদক দাঁতেৰে কামোৰা!
চাবলৈ ক্লিক কৰক
Learn more